ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যা ১৩৩৯ জনলৈ বৃদ্ধি

PicsArt 05 31 11.03.53
■ ৰাজ্যত প্ৰতিটো মূহুৰ্ততে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷
■ পুনৰ ৬৭ জনৰ দেহত কৰ’নাৰ অৱস্থিতি ।
■ সম্প্ৰতি আক্ৰান্ত লোকসকলৰ ১৬ জন তিনিচুকীয়া,১০ জন গোৱালপাৰা, ন জন কোকৰাঝাৰ, সাত জনকৈ শিৱসাগৰ আৰু নগাঁও,পাঁচ জন শোণিতপুৰ, তিনিজন কৰিমগঞ্জ ,কামৰূপ, গোলাঘাট আৰু বাকসা জিলাৰ দুজনকৈ |
■ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনালে এই কথা ৷

 

Exit mobile version