সোমবাৰৰ পৰা পুনৰ চলাচল আৰম্ভ হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটী আৰু মাজুলী-যোৰহাট সংযোগী ফেৰীসেৱা। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ক্ৰমাৎ হ্ৰাস পাব ধৰাত পুনৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এই সিদ্ধান্ত গ্ৰহণ কৰিছে । উল্লেখ্য যে কৰ’না ভাইৰাছৰ সকলো সতৰ্কতামূলক ব্যৱস্থাৰ মাজেৰে প্ৰতিখন ফেৰীয়ে ৫০ শতাংশ যাত্ৰীলৈহে চলাচল কৰিব পাৰিব
ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ক্ৰমাৎ হ্ৰাস
-
By publisher

- Categories: Assam, News
- Tags: AssamNorth Guwahati
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025