সোমবাৰৰ পৰা পুনৰ চলাচল আৰম্ভ হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটী আৰু মাজুলী-যোৰহাট সংযোগী ফেৰীসেৱা। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ক্ৰমাৎ হ্ৰাস পাব ধৰাত পুনৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এই সিদ্ধান্ত গ্ৰহণ কৰিছে । উল্লেখ্য যে কৰ’না ভাইৰাছৰ সকলো সতৰ্কতামূলক ব্যৱস্থাৰ মাজেৰে প্ৰতিখন ফেৰীয়ে ৫০ শতাংশ যাত্ৰীলৈহে চলাচল কৰিব পাৰিব
ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ক্ৰমাৎ হ্ৰাস
-
By publisher
- Categories: Assam, News
- Tags: AssamNorth Guwahati
Related Content
Minister Bimal Bora at the Assam Pavilion of the International Trade Fair:নতুন দিল্লীৰ আই আই টি এফত অসম দিৱস
By
publisher
November 22, 2024
Putin sends animals to Kim to boost ties with North Korea:উত্তৰ কোৰিয়াৰে ঘনিষ্ঠতা বৃদ্ধি ৰাছিয়াৰ, কীমলৈ জন্তু প্ৰেৰণ পুটিনৰ
By
publisher
November 22, 2024
Delhi has been polluted for 122 days this year:দিল্লীত চলিত বর্ষত ১২২ দিনতে প্ৰদূষণৰ ত্ৰাস
By
publisher
November 22, 2024
Dead leopard found in Guwahati:কংক্ৰিট মহানগৰীত উদ্ধাৰ মৃত নাহৰফুটুকী
By
publisher
November 22, 2024