Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বটদ্ৰৱাৰ জাজৰি কাণ্ডৰ দুই অভিযুক্ত আৰক্ষী কণিষ্টবলক আটক

publisher by publisher
June 5, 2020
in Assam, Crime, News
Reading Time: 1 min read
0
বটদ্ৰৱাৰ জাজৰি কাণ্ডৰ দুই অভিযুক্ত আৰক্ষী কণিষ্টবলক আটক
1
SHARES
11
VIEWS
ShareShareShareShare
http://dainikagradoot.in/wp-content/uploads/2020/06/WhatsApp-Video-2020-06-05-at-4.16.12-PM.mp4

জাজৰিৰ দুই আৰক্ষী কণিষ্টবলৰ নিৰ্মম প্ৰহাৰত চিকিৎসাধীন হৈ মৃত্যু হোৱা ফণিধৰ বৰাৰ মৃতদেহ আজি বিয়লি জাজৰিৰ বাসগৃহত পোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে। চৌদিশে কেৱল কান্দোনৰ ৰোল । কোনেও কাকো বুজাব নোৱাৰা এক আবেগিক মূহুর্ত । হিয়া ভুকুৱাই কান্দিছে পৰিয়াল তথা আত্মীয় স্বজন । গুৱাহাটীৰ পৰা ফণিধৰ বৰাৰ মৃতদেহ আহি পোৱাৰ লগে লগে তেখেতৰ বাসগৃহলৈ আগমন ঘটে অগণন গুণমুগ্ধৰ । সেমেকি উঠিছে প্ৰতিজনৰে চকুলো । সকলোৱে তেখেতৰ নশ্বৰদেহত শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে । তদুপৰি তেওঁৰ মৃতদেহ লৈ অঞ্চলটোত এক সমদলো উলিওৱা হয় । তাৰ পাছতে পিছত শ শ লোকৰ অশ্ৰূশিক্ত নয়নে বিয়লি শেষ কৃত্য সম্পন্ন কৰা হয় ফণিধৰ বৰাৰ। অতি অমায়িক স্বভাৱৰ ফণিধৰ বৰাৰ মৃত্যুক কেন্দ্র কৰি বৰ্তমানেও চেপা উত্তেজনা অব্যাহত আছে সমগ্র অঞ্চলটোতে। পৰিস্থিতি যাতে বেয়াৰ ফালে ঢাল নাখায় তাৰ প্ৰতি ঘটনাস্থলীত মোটায়ন কৰা হৈছে অৰ্ধসামৰিক বাহিনীৰ জোৱান।

ADVERTISEMENT

জাজৰি গাঁওৰক্ষী বাহিনীৰ সম্পাদক তথা জাজৰি বজাৰ সমিতিৰ সভাপতি ফণিধৰ বৰাক প্ৰহাৰ কৰা উদণ্ডৰ দুই আৰক্ষী কণিষ্টবল পৰেশ শৰ্মা আৰু আতিকুৰ ৰহমানক ইতিমধ্যেই আটক কৰাৰ লগতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এম আচাৰ্যিক ৰিজাৰ্ভ ক্ল’জ কৰা বুলি নগাঁও আৰক্ষীয়ে জানিবলৈ দিয়ে । ইফালে আজি দুপৰীয়া ফণিধৰ বৰাৰ বাসগৃহত এ ডি জি পি -জে পি সিং উপস্থিত হৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে । লগতে দুৰ্ভগীয়া পৰিয়াটোক তৎকালে সকাহ দিব পৰাকৈ অসম আৰক্ষীৰ ফালৰ পৰা আজি এক লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে অসম আৰক্ষীৰ শীর্ষ বিষয়া গৰাকীয়ে ।

RelatedPosts

Nagaon:নগাঁও শাখা লেখিকা সংস্থাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

আৰক্ষীৰ আৰু গাঁওৰক্ষী বাহিনীৰ একেটা পৰিয়ালৰে সদস্য বুলি উল্লেখ কৰি আৰক্ষীৰ শীৰ্ষ বিষয়া গৰাকীয়ে আৰু কয় যে, ক্ৰিমিনেল আইনৰ অধীনত অহা পোন্ধৰ দিনৰ ভিতৰত অৰ্থাৎ ২০ তাৰিখৰ ভিতৰত এই ঘটনাৰ চাৰশ্বিৰ্ট দাখিল কৰিবলৈ নগাঁও আৰক্ষীক নিৰ্দেশ দিয়া বুলি কয় । লগতে এই গোচৰ ফাৰ্ষ্ট ট্ৰেক আদালতত চলোৱাৰ বাবেও চেষ্টা কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে আৰক্ষী সঞ্চালক প্ৰধানৰ লগত কথা পাতি অচিৰে পৰিয়ালটোক কিছু পৰিমাণে আৰ্থিক সাহায্য দিয়াৰ চেষ্টা কৰিব । তদুপৰি পৰিয়াটোৰ যি কোনো এজনক আত্মসংস্থাপন দিয়াৰ বাবে চৰকাৰৰ লগত আলোচনাত মিলিত হ’ব বুলিও তেওঁ কয়। আনহাতে আজি ফণিধৰ বৰাৰ বাসগৃহত পুৱাৰ ভাগত উপস্থিত হয় বিৰুধী দলৰ উপ দলপতি ৰকিবুল হুছেইন আৰু প্ৰাক্তন মন্ত্রী গৌতম বৰা। প্ৰাক্তন মন্ত্রী ৰকিবুল হুছেইনে ফণিধৰ বৰাৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।

জাজৰিত উপস্থিত হৈ ৰকিবুল হুছেইনে কয়, দুই এজন এনে আৰক্ষীৰ বাহিনীৰ বাবে সকলো আৰক্ষীকে দোষাৰোপ কৰিব নালাগে। অভিযুক্তক আটক কৰাই নহয় চাকৰিৰ পৰা নিলম্বন কৰি উপযুক্ত শাস্তি বিহাৰ দাবী কৰে। লগতে এই দৰিদ্ৰ পৰিয়ালটোক অসম চৰকাৰে আৰ্থিক সাহায্য আগবঢ়াই পৰিয়ালটোৰ যি কোনো এজন সদস্যক স্থায়ী সংস্থাপন দিয়াৰ বাবে চৰকাৰলৈ আহ্বান জনায়। উল্লেখ্য যে, মৃত্যুৰ প্ৰাকমূহুৰ্ত লৈকে গাঁওৰক্ষী বাহিনীৰ সম্পাদক ফণিধৰ বৰাই জাজৰি থানাৰ চৌহদৰ কাষতে এখন সৰু চাহৰ হোটেল দি সৰু পৰিয়ালটো পোহপাল দি আহিছিল। সেই সূত্ৰে পুৱাৰ পৰা নিশা লৈকে জাজৰি আৰক্ষীৰ লগতো তেওঁৰ ঘনিষ্ঠতা আছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamAssam PoliceCrimeNagaon
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d