ছয়গাওঁ আৰক্ষীৰ ড্ৰাগছ চক্ৰৰ বিৰুদ্ধে বৃহৎ অভিযান

1234

■ নিশা ছয়গাঁও আৰক্ষীৰ ড্ৰাগছ চক্ৰৰ বিৰুদ্ধে বৃহৎ অভিযান ৷

■ ড্ৰাগছসহ দুজনক আটক ।

■ অভিযানত জোৰশিমলি লাৰোৱাজানৰ পৰা চুৰাব আলি আৰু ৰৱিউল হকক আটক ।

■ এটা চিৰিঞ্জসহ তিনিটা কন্টেইনাৰৰ সৈতে কিছুপৰিমাণৰ নিচাযুক্ত টেবলেট উদ্ধাৰ ৷

■ চুৰাব আলীৰ লগতে এখন নথি বিহীন ১৫০ চিচি পালছাৰ বাইক উদ্ধাৰ।

Exit mobile version