Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Price of Life-Giving Drugs Has Increased Several Times:জীৱনদায়িনী ঔষধৰ মূল্য কে’বাগুণ বৃদ্ধি

চলিত বৰ্ষত অস্বাভাৱিক হাৰত দৰবৰ মূল্যবৃদ্ধি, মাৰ্চ- এপ্ৰিলত উৎপাদিত তথা সংশোধিত নিৰিখৰ ঔষধ বজাৰত প্ৰৱেশৰ পাছতে ৰাইজৰ হাহাকাৰ

publisher by publisher
May 11, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Price of Life-Giving Drugs Has Increased Several Times:জীৱনদায়িনী ঔষধৰ মূল্য কে’বাগুণ বৃদ্ধি
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Price of Life-Giving Drugs Has Increased Several Times:

ব্যাপক হাৰত বৃদ্ধি পোৱা জীৱনদায়িনী ঔষধৰ মূল্যই সম্প্রতি দিকভ্রান্ত কৰি তুলিছে সাধাৰণ জনতাক। উচ্চ ৰক্তচাপ, মধুমেহ, হৃদৰোগ আদিকে ধৰি বিভিন্ন ৰোগৰ বাবে অধিকাংশ লোকেই নিয়মীয়াকৈ সেৱন কৰি অহা এনেবোৰ ৰোগৰ ঔষধৰ মূল্য নিয়ন্ত্রণহীন গতিত ঊর্ধ্বমুখী হৈছে।

ADVERTISEMENT

কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় ঔষধৰ মূল্য নির্ধাৰণ প্রাধিকৰণে যোৱা ২৬ মার্চত এক ৰাজপত্রিত অধিসূচনাযোগে নির্দিষ্ট আঠ শতাধিক ঔষধৰ মূল্য ০.০০৫৫১ শতাংশ বৃদ্ধিত অনুমোদন জনাইছে যদিও বাস্তৱ ক্ষেত্ৰত ঔষধৰ দোকানত উপলব্ধ প্রায় প্রতিবিধ ঔষধৰে দাম দুগুণ পর্যন্ত বৃদ্ধি পাইছে।

গুৱাহাটীকে ধৰি ৰাজ্যত প্রায় এপসেকৰ মূৰে মূৰে পুনর্নির্ধাৰণ হৈছে বিভিন্ন ঔষধৰ দাম। ৰাজ্যখনত শেহতীয়াকৈ বৃদ্ধি পোৱা কেতবোৰ ৰোগৰ পৰা জীৱন বচাই ৰাখিবলৈ নিয়মীয়াকৈ সেৱন কৰি থাকিবলগীয়া এনে কেতবোৰ ঔষধৰ তালিকাখনে এতিয়া বিপাঙত পেলাইছে নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকক। পৰিসংখ্যা মতে, গেষ্ট্ৰিকৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসকে ব্যৱহাৰৰ বাবে পৰামৰ্শ দিয়া ‘পেন্টোছিদ ডিএছআৰ’ৰ মূল্য পূর্বে ১৯৬ টকা আছিল যদিও সম্প্রতি ইয়াৰ সৰ্বাধিক খুচুৰা মূল্য বৃদ্ধি হৈছে ২২৯ টকালৈ।

আকৌ প্রসূতিজনিত ৰোগ-অস্ত্রোপচাৰত ব্যৱহাৰ হোৱা অতি প্রয়োজনীয় ‘দিপ’প্রভেৰা ১৫০ এমজি’ বেজীৰ মূল্য পূর্বে ২৫৮ টকা আছিল যদিও বিগত এসপ্তাহৰ ভিতৰত এই ঔষধবিধৰ মূল্য ৪০৬.৯৮ টকালৈ বৃদ্ধি পাইছে। ইফালে, জ্বৰ, গাৰ বিষ আদিত সৰ্বসাধাৰণ জনতাই চিকিৎসকৰ পৰামৰ্শ অবিহনেও ফাৰ্মাচীৰ পৰা ক্ৰয় কৰি অনা ‘জিৰ’ডল এছপি’ টেবলেটৰ মূল্য ১৩০ টকা থকাৰ বিপৰীতে সম্প্রতি দাম বৃদ্ধি পাইছে ১৪৪.৭০ টকালৈ।

আকৌ ‘জিৰ’ডল প্লেইন’ৰ মূল্য পূৰ্বৰ ৫৬ টকাৰ পৰা ৫৯ টকালৈ দাম বাঢ়িছে। আকৌ মানৱ শৰীৰত কেলছিয়াম বৃদ্ধিৰ বাবে চিকিৎসকে ব্যৱহাৰৰ পৰামৰ্শ দিয়া ‘চেলকল ৫০০’ টেবলেটৰ মূল্য পূর্বে ১৩০ টকাৰ পৰা সম্প্রতি বাঢ়িছে ১৪৪.৩০ টকালৈ।

ইফালে, আন বিভিন্ন ৰোগত ব্যৱহাৰ কৰা’কম্প’জিছন’ ভিত্তিত কেতবোৰ দৰবৰ বৰ্ধিত মূল্যৰ হাৰ হ’ল ক্ৰমে হার্ট এটেক বা ষ্ট্ৰ’কৰ সম্ভাৱনা হ্রাস কৰিবলৈ তথা তেজ গোট মৰাৰ সম্ভাৱনা নোহোৱা কৰিবলৈ চিকিৎসকে নিয়মীয়াকৈ ব্যৱহাৰৰ বাবে পৰামৰ্শ দিয়া ‘ক্ল’পিডগৰেল ৭৫ এম জি’ৰ মূল্য পূর্বে ৩২.৯০ টকা আছিল যদিও চলিত মাহৰ ভিতৰতে এইবিধ অন্যতম জীৱনদায়িনী দৰবৰ মূল্য দুগুণলৈ বৃদ্ধি হৈ ৬৬ টকা হৈছে।

ইফালে, হাঁওফাঁওকে ধৰি শৰীৰৰ ভিন্ন অংগত ভেঁকুৰৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চিকিৎসকে ব্যৱহাৰৰ পৰামৰ্শ দিয়া ‘ইট্রাক’নাজ’ল ১০০ এম জি’ৰ মূল্য পূৰ্বে ১৪৮ টকা থকাৰ বিপৰীতে সম্প্রতি এই প্রয়োজনীয় দৰববিধৰ দাম বাঢ়িছে ১৬৬.৭০ টকালৈ। এইবিধ দৰবৰ দাম বৃদ্ধিৰ হাৰ হ’ল ১৯ শতাংশ। একেদৰে শৰীৰত তেজত ক’লেস্ট্র’বেল আৰু ট্রাইগ্লিছাৰাইডৰ মাত্রা হ্রাস কৰাৰ বাবে তেনে ৰোগত আক্রান্ত ৰোগীক নিয়মীয়াকৈ সেৱন কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিয়া ‘এটু’ ভাষ্ট্রটিন ৪০ এম জি’ দৰবৰ মূল্য পূর্বে ২৬৪.১০ টকা আছিল যদিও সম্প্রতি এই মূল্য ২৮৯.৫০ টকালৈ বৃদ্ধি পাইছে।

আকৌ শৰীৰত যকৃত, বৃক্ক বা হৃদযন্ত্র সংৰোপণ কৰা ৰোগীয়ে নিয়মীয়াকৈ ব্যৱহাৰ কৰা ‘চাইক্ল’স্প’ৰিন ১০০ এম জি’ দৰবৰ মূল্য পূৰ্বে ৪৮২.৮০ টকা আছিল যদিও সম্প্রতি এইবিধ সংশ্লিষ্ট ৰোগীৰ বাবে অত্যাৱশ্যকীয় দৰবৰ মূল্য ৫১৫.৬০ টকালৈ বৃদ্ধি পাইছে।

কেৱল সেয়াই নহয়, উচ্চ ৰক্তচাপত আক্রান্ত বহুসংখ্যক লোকে নিয়মীয়াকৈ গ্ৰহণ কৰা ‘এম্ল’ডিপিন ২.৫ এম ডি’ দৰবৰ মূল্য এমাহ পূর্বলৈকে ৩৬.৭০ টকা আছিল যদিও সম্প্রতি বজাৰত উপলব্ধ ‘এম্ল’ডিপিন কম্পজিছন’ৰ ভিন্ন ব্ৰেণ্ডৰ এইবিধ দৰবৰ দাম ৫৩.৭০ টকালৈ বৃদ্ধি পাইছে। প্ৰেছাৰৰ দৰব ৰূপে বহুসংখ্যক লোকে নিয়মীয়াকৈ ব্যৱহাৰ কৰা এইবিধ দৰবৰ খুচুৰা মূল্য বৃদ্ধিৰ হাৰ হ’ল ৪৬ শতাংশ। লক্ষ্যণীয় যে উচ্চ ৰক্তচাপত আক্রান্ত সৰহ সংখ্যক লোককে চিকিৎসকে এইবিধ দৰব নিয়মীয়াকৈ সেৱন কৰাৰ পৰামৰ্শ দিয়ে। স্বাভাৱিকতে সংশ্লিষ্ট ৰোগীৰ বাবে জীৱনদায়িনী ঔষধৰূপে চিহ্নিত হৈছে এইবিধ টেবলেট।

পিছে বহুলভারে প্রচলিত এই প্ৰেছাৰৰ টেবলেট বিধৰ মূল্য ৪৬ শতাংশ হাৰত বৃদ্ধি পোৱাৰ লগে লগে এতিয়া নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকৰ বাবে এটা মাত্রাধিক বিত্তীয় বোজাৰূপে চিহ্নিত হৈছে। আকৌ মধুমেহ ৰোগত আক্রান্ত লোকৰ বাবে জীৱনদায়িনী ঔষধ ‘গ্লিমিপিৰিড ১ এম জি’ দৰবৰ মূল্য পূর্বে ৪১ টকা আছিল যদিও সম্প্রতি ঔষধৰ দোকানত উপলব্ধ এইবিধ দৰবৰ দাম বৃদ্ধি পাইছে ৫৫.৫০ টকালৈ।

উল্লেখ্য যে ‘টাইপ-২ ডায়েবেটিছ ৰোগত আক্রান্ত লোকে তেজত শৰ্কৰাৰ মাত্রা নিয়ন্ত্ৰণত ৰখাৰ বাবে নিয়মীয়াকৈ এইবিধ দৰব ব্যৱহাৰ কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। সৰ্বসাধাৰণ জনতাৰ বাবে অতি প্রয়োজনীয় এইবিধ দৰবৰ দাম ৩৫ শতাংশ হাৰত বৃদ্ধি কৰা হৈছে। স্বাভাৱিকতে ঔষধবিধৰ বর্ধিত মূল্যই এতিয়া নিম্ন আয়ৰ লোকৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে।

প্রসংগত উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা ঔষধৰ মূল্যসূচীয়ে দেখাত খুচুৰা বজাৰত কোনো প্রভাৱ নেপেলায় বুলি চৰকাৰীভাৱেও কোৱা হৈছিল আৰু ৰাইজেও ঠাৱৰ কৰি লৈছিল যদিও বাস্তৱত পিছে ইয়াৰ সম্পূর্ণ ওলোটা দৃশ্য প্রতিফলিত হৈছে। ঔষধ প্রস্তুতকাৰী প্ৰায়কেইটা প্রতিষ্ঠিত কোম্পানীয়ে চলিত লোকসভা নির্বাচনী প্রক্রিয়া আৰম্ভ হোৱাৰ প্রাগ মুহূৰ্তত ঔষধৰ মূল্যসূচী পুনৰ নিৰ্ধাৰণ কৰি পূৰ্বৰ তুলনাত কে’বাগুণে বৃদ্ধি কৰিছিল।

সম্প্রতি গুৱাহাটীকে ধৰি বিভিন্ন স্থানত থকা ফার্মাচীসমূহলৈ আহি পোৱা এনে বিভিন্ন দৰবৰ সংশোধিত মূল্যসূচীয়ে স্বাভাৱিকতে বিভ্রান্ত কৰি তুলিছে ক্রেতা-বিক্রেতা উভয় শ্রেণীকে। মাৰ্চৰ দ্বিতীয় পষেক অথবা এপ্রিলত উৎপাদনৰ দিন উল্লেখ থকা নতুনকৈ অহা এনে দৰবৰ সংশোধিত মূল্য কে’বাগুণে বৃদ্ধি পোৱাৰ বিষয়টোক লৈ মৌন হৈ ৰৈছে ৰাজ্য চৰকাৰ।

ইতিমধ্যে একাংশ বিৰোধী ৰাজনৈতিক দলে অভিযোগ উত্থাপন কৰিছে যে শাসক দলক নির্বাচনী পুঁজি যোগান ধৰি একাংশ ঔষধ নির্মাতা প্রতিষ্ঠানে নিজ খেয়াল-খুচি মতে বৃদ্ধি কৰিছে ঔষধৰ মূল্য।অসম ৰাজ্যিক কেমিষ্ট এণ্ড ড্রাগিষ্ট সংস্থাৰ শীর্ষ পদাধিকাৰী জিতু বর্মনে ঔষধৰ মূল্য বৃদ্ধিৰ প্ৰসংগত কয় যে সাধাৰণতে প্ৰতি বছৰে প্ৰায় সংখ্যক ঔষধৰে মূল্য ১০-২০ শতাংশ হাৰত বৃদ্ধি পায়। মূলতঃ ঔষধ প্রস্তুতৰ বাবে প্রয়োজনীয় কেঁচামালকে ধৰি উৎপাদনী ব্যয় বৃদ্ধি পোৱাৰ বাবেই ঔষধৰ মূল্য বৃদ্ধি বৃদ্ধি কৰা হয়।

উল্লেখ্য যে চলিত বর্ষত ঔষধৰ দাম বৃদ্ধিৰ হাৰ আন বছৰৰ দৰে স্বাভাৱিক হাৰত বৃদ্ধি পোৱাৰ দৰে নহয়; বৰঞ্চ কে’বাগুণে অধিক হাৰত বৃদ্ধি পাইছে ঔষধৰ মূল্য। ঔষধৰ মূল্য ব্যাপক হাৰত বৃদ্ধি পোৱাৰ পাছতো ৰহস্যজনকভাৱে এই ক্ষেত্ৰত নীৰৱে ৰৈছে ৰাজ্য চৰকাৰ। যাৰ ফলত এতিয়া ঔষধৰ বৰ্ধিত মূল্য ভৰিবলগীয়া হৈ বিপাঙত পৰিছে সৰ্বসাধাৰণ জনতা।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Increased Several TimesPrice of Life-Giving Drugs
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d