কৰ’নাৰ প্ৰতিৰোধৰ কাৰণে দিয়া তলাবন্ধত কি কৰিছে চেলিব্ৰেট্ৰীসকলে ? কেনেদৰে সময় পাৰ কৰিছে তেওঁলোকে? সকলো বলীউড চেলিব্ৰিটীয়ে সম্প্ৰতি পৰিয়াল প্ৰিয়জনৰ লগত ব্যস্ত আছে ৷ ইয়াৰ মাজতে বলীউডৰ বিখ্যাত ডিজাইনাৰ সব্যসাচীয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে কেইখনমান ফ’টো । বলীউডৰ লগতে বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত যুৱতীসকলে বিয়াত পৰিধান কৰা পোচাকৰ স’তে কিছু পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰিলে সব্যসাচীয়ে । ইয়াৰ ভিতৰত প্ৰিয়ংকা চোপ্ৰা, দীপিকা পাডুকন, অনুষ্কা শৰ্মা আদি ৷ চাওঁ আহক সব্যসাচীয়ে শ্বেয়াৰ কৰা কেইখনমান ফ’টো ৷
কৰ’নাৰ মাজতে ডিজাইনাৰ সব্যসাচীৰ পুৰণি দিনৰ স্মৃতি ৰোমন্থন
-
By publisher
- Categories: COVID-19, Entertainment, Fashion, image, India, News
- Tags: BOLLYWOODLockdownSabyasachi
Related Content
Abvp:আই. আই. টি. গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জলিহাল দ্বাৰা এবিভিপিৰ SEIL যাত্ৰাৰ উদ্বোধন
By
publisher
January 22, 2025
Tripura Indo- Bangla Border:পশ্চিম বংগৰ ইণ্ডো- বাংলা সীমান্তত ভাৰতে কাটা তাঁৰ বেৰা দিয়াক লৈ আপত্তি বাংলাদেশেৰ
By
publisher
January 22, 2025
Six Mile flyover in dangerous condition: বিপজ্জনক অৱস্থাত ছয়মাইলৰ উৰণ সেতু
By
publisher
January 22, 2025
PM Modi will take bath in Mahakumbha:দিল্লী নিৰ্বাচনৰ দিনাই মহাকুম্ভত স্নান কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
By
publisher
January 22, 2025
Aap Pressmeet in Guwahati:বিদেশী বিনিয়োগৰ নামত মুখ্যমন্ত্ৰীৰ বিদেশ ভ্ৰমণক লৈ আপৰ সংবাদমেল
By
publisher
January 22, 2025
Puppet dance performance at the Mahakumbh Mela: প্ৰয়াগৰাজত অসমৰ লোক সম্পদ পুতলা নাচ মহাকুম্ভ মেলাত
By
publisher
January 22, 2025