- ধেমাজিত আজি পুনৰ ২০ জন লোকৰ শৰীৰত ক’ভিড ১৯ পজিটিভ ৷
- বহিঃৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইনত থকা অৱস্থাতে তেওঁলোকৰ পৰীক্ষাৰ ফলাফল পজিটিভ আহে ৷
- আক্রান্ত ২০ জন লোক হৈছে চিমেনচাপৰিৰ তোলেন্দ্র কুলি (২৪), ৰবিন পেগু (২৪), চিত্র পেগু (৩০), ভীম পেগু (২২),মাশাল পেগু (২১), জোনাইৰ অভিজিত পেগু (৩০), সুনিল পেগু (২১), জিচু পেগু (২০), আইচেল পেগু (২৫), লিলাধৰ পেগু (২৫), ৰনজ্ঞিত পেগু (২১), টেলাৰ পেগু (৩৬), অনন্ত টায়েং (৩০), ৰাজিব পাটিৰ (৩৪), ডেকং উৰাং (২৪),বলনতি মুণ্ডা (২২),গোবিন আচায্য (৩০), যুগন দলে (২২),ৰাম দলে (২০),আৰু গেগামুখৰ মনুজ হাজং (৩০) ৷
- তেওঁলোক ইতিমধ্যে ধেমাজি অসামৰিক চিকিস্যালয়ৰ ক’ভিড হাস্পাতালৰ লগতে চিলাপথাৰ মডেল ক’ভিড হাস্পাতালত ভৰ্তি কৰা হৈছে ৷
- ইয়াৰ ফলত জিলাখনত আক্রান্ত লোকৰ সংখ্যা ৭০ জনলৈ বৃদ্ধি পালে ৷
ধেমাজিৰ ২০ জন লোকৰ শৰীৰত ক’ভিড ১৯ পজিটিভ
