Big Breaking

WhatsApp Image 2020 06 10 at 11.20.33 AM

বাঘজানত কালি সংঘটিত অগ্নিকাণ্ডৰ সময়ত কৰ্মৰত অৱস্থাত থকা অইলৰ অগ্নিনিৰ্বাপক বাহিনীৰ সন্ধানহীন হৈ থকা দুজন কৰ্মচাৰীৰ মৃতদেহ আজি পুৱা উদ্ধাৰ হৈছে এটা পুখুৰীত । তৈল খাদৰ সমীপতে থকা এটা পুখুৰীত উদ্ধাৰ হৈছে মৃতদেহ দুটা ।মৃতদেহ দুটা দুৰ্লভ গগৈ আৰু তিখেশ্বৰ গোঁহাই । NDRF আৰু SDRF ৰ অভিযানত উদ্ধাৰ হয় দুয়োটা মৃতদেহ । দ্ৰোণ কেমেৰাৰে পৰ্যবেক্ষন কৰিছিল এই দৃশ্য ।

ADVERTISEMENT
Exit mobile version