- বাঘজানৰ তৈল কূপত সংঘটিত ঘটনা সংক্ৰান্তত জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত উচ্চ পৰ্যায়ৰ বৈঠক।
- বৈঠকত ক্ষয়-ক্ষতিৰ পৰ্যালোচনা।
- বৈঠকত মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি উচ্চ পদস্থ বিষয়া সকল উপস্থিত।
- মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে বাঘজানৰ ঘটনাৰ তদন্তৰ বাবে অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং আৰু অতিৰিক্ত প্ৰধান মুখ্য বন সুংৰক্ষক (বন্যপ্ৰাণী) এম কে যাদৱৰ ঘটনাস্থলীলৈ ৰাওনা।
ADVERTISEMENT