Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ইৰাণৰ অভিযোগ: ইউএইৰ ঘাঁটি ব্যৱহাৰ কৰি খাৰ্গ দ্বীপত আক্ৰমণ আমেৰিকাৰ

    আকাশৰ পৰা নামিল ক’লা বৰষুণ!

    আকাশৰ পৰা নামিল ক’লা বৰষুণ!

    অসমত ঘোষণা বিধানসভা নিৰ্বাচনৰ দিন: ৯ এপ্ৰিলত ভোটগ্ৰহণ, চাৰি মে’ত ফলাফল

    পহিলা এপ্ৰিলৰ পৰা ৰাজ্যৰ জনতাক মাধমাৰ দিবলৈ সাজু সাত টোলগেট

    আফগানিস্তানত পাকিস্তানৰ বিমান আক্ৰমণ: “আগ্ৰাসনৰ নতুন উদাহৰণ” বুলি তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

    নেপালত শোকাৱহ দুৰ্ঘটনা!

    নেপালত শোকাৱহ দুৰ্ঘটনা!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    তিক্ততা পাহৰি ‘ৰাজনীতি ২’ত অভিনয় কৰিব ৰণবীৰ-কেটৰিণাই!

    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অনিশ্চয়তাত ভ্ৰাম্যমাণ থিয়েটাৰঃ শিবিৰ মুকলি হ’ব কেতিয়া?

publisher by publisher
June 16, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
অনিশ্চয়তাত ভ্ৰাম্যমাণ থিয়েটাৰঃ শিবিৰ মুকলি হ’ব কেতিয়া?
5
SHARES
54
VIEWS
ShareShareShareShare

শেহতীয়াকৈ তলাবন্ধক কেন্দ্ৰ কৰি ভ্ৰাম্যমাণ থিয়েটাৰলৈ নামি আহিছে একৗ গুৰুতৰ প্ৰত্যাহ্বান ৷ ১৯৬৩ পাঠশালাত অচ্যুত লহকৰে জন্ম দিয়া ভ্ৰাম্যমাণ থিয়েটাৰে অৰ্ধশতিকাজুৰি নাট্য সংস্কৃতিক জনমুখী কৰি আহিছে ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে থিয়েটাৰৰ আভ্যন্তৰীণ কাৰণত ইতিমধ্যে ৪২ টা ভ্ৰাম্যমাণ নাট্যদল বন্ধ হৈ পৰিব নেকি ভ্ৰাম্যমাণ থিয়েটাৰ? ইয়াকে লৈ অভিনেতা অভিনেত্ৰী,কলা কুশলীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নাট্যপ্ৰেমী ৰাইজ আৰু আহ্বায়ক সমিতিসমূহৰ মাজত আশংকাজনক চৰ্চা চলি আছে । আনকি একাংশ প্ৰযোজকৰ মাজতো এনে আকাংশাই গা কৰি উঠাত ইতিমধ্যে আগশাৰীৰ নাট্যদল এটাই “দ্ৰপ অফ” ঘোষণা কৰিছেই ৷ অৱশ্যে এনে অনিশ্চয়তাৰ বিপৰীতে ভ্ৰাম্যমাণ থিয়েটাৰ পুনৰ জীপাল হৈ পৰাৰ ইংগিত প্ৰকাশ কৰা হৈছে ৷

ADVERTISEMENT

উল্লেখযোগ্য যে যোৱা ১৩ মে’ত গুৱাহাটীৰ বৰগাঁৱত ভ্ৰাম্যমাণ প্ৰযোজক সন্থাই এখন সভা অনুষ্ঠিত কৰি চলিত বৰ্ষতো ভ্ৰাম্যমাণৰ ৫৬ বছৰীয়া ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ পৰিকল্পনা হাতত লৈছে ৷ অৱশ্যে বিভিন্ন প্ৰাসংগিক প্ৰত্যাহ্বানলৈ লক্ষ্য ৰাখি প্ৰযোজক সন্থাই এই পৰ্যন্ত তেওঁলোকৰ এনে পৰিকল্পনা ৰাজহুৱা কৰা নাই । এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি সন্থাৰ বাহিৰৰ থিয়েটাৰ দলসমূহে কি ভূমিকা লয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও সন্থাৰ অন্তৰ্ভুক্ত নাট্যদলসমূহে অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা ২০২০-২১ নাট্য বৰ্ষৰ বাবে আখৰা শিবিৰ মুকলি কৰা সম্ভাৱনা আছে । সূত্ৰটোৰ মতে সিদিনাৰ সভাখনত প্ৰযোজক সন্থাৰ অন্তৰ্ভুত নাট্যদল বৰদৈচিলা থিয়েটাৰ, থিয়েটাৰ ভাগ্যদেৱী, আৱাহন থিয়েটাৰ, সূৰ্য থিয়েটাৰ, বীণাপাণি থিয়েটাৰ, নয়নতৰা থিয়েটাৰ, সুৰুয আদি থিয়েটাৰৰ প্ৰতিনিধি উপস্থিত থাকে ৷

RelatedPosts

অসমত ঘোষণা বিধানসভা নিৰ্বাচনৰ দিন: ৯ এপ্ৰিলত ভোটগ্ৰহণ, চাৰি মে’ত ফলাফল

পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচী আজি ঘোষণা কৰিব নিৰ্বাচন আয়োগ

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

প্ৰণিধানযোগ্য যে স্বাভাৱিক সময়ত জুনৰ শেষৰফালে আৰু জুলাইৰ প্ৰথমভাগতে ভ্ৰাম্যমাণ নাট্যদলসমূহে নিজ নিজ আখৰা শিবিৰ মুকলি কৰি এটা নতুন নাট্যবৰ্ষৰ বাবে যুদ্ধং দেহী আখৰা আৰম্ভ কৰে ৷ কিন্তু মহামাৰী কৰ’না সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্য দেশজুৰি অব্যাহত থকা তলাবন্ধৰ বাবে এইবাৰ পূৰ্বৰ দৰে আখৰাৰ প্ৰস্তুতি চলা নাই কোনো এটা নাট্য দলত ৷ লগতে বৰ্তমান তলাবন্ধ শিথিল হ’লেও সকলো নিয়ম মানি চলি ভ্ৰাম্যমাণৰ আখৰা কৰাটো কোনো পধ্যেই সম্ভৱ নহয় ৷ আনহাতে চলিত বৰ্ষত ভ্ৰাম্যমাণ থিয়েটাৰ চলিলেও ব্যৱসায় সন্তোষজনক হোৱাৰ আশা কৰা নাই ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamLockdownTheatre
publisher

publisher

Related Posts

ইৰাণৰ অভিযোগ: ইউএইৰ ঘাঁটি ব্যৱহাৰ কৰি খাৰ্গ দ্বীপত আক্ৰমণ আমেৰিকাৰ
News

March 15, 2026
আকাশৰ পৰা নামিল ক’লা বৰষুণ!
News

আকাশৰ পৰা নামিল ক’লা বৰষুণ!

March 15, 2026
অসমত ঘোষণা বিধানসভা নিৰ্বাচনৰ দিন: ৯ এপ্ৰিলত ভোটগ্ৰহণ, চাৰি মে’ত ফলাফল
News

অসমত ঘোষণা বিধানসভা নিৰ্বাচনৰ দিন: ৯ এপ্ৰিলত ভোটগ্ৰহণ, চাৰি মে’ত ফলাফল

March 15, 2026
পহিলা এপ্ৰিলৰ পৰা ৰাজ্যৰ জনতাক মাধমাৰ দিবলৈ সাজু সাত টোলগেট
News

পহিলা এপ্ৰিলৰ পৰা ৰাজ্যৰ জনতাক মাধমাৰ দিবলৈ সাজু সাত টোলগেট

March 15, 2026
আফগানিস্তানত পাকিস্তানৰ বিমান আক্ৰমণ: “আগ্ৰাসনৰ নতুন উদাহৰণ” বুলি তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ
News

আফগানিস্তানত পাকিস্তানৰ বিমান আক্ৰমণ: “আগ্ৰাসনৰ নতুন উদাহৰণ” বুলি তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

March 15, 2026
নেপালত শোকাৱহ দুৰ্ঘটনা!
News

নেপালত শোকাৱহ দুৰ্ঘটনা!

March 15, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d