মহানগৰীত জ্বলিল চীনৰ পতাকা, ৰাষ্ট্ৰ প্ৰধানৰ প্ৰতিমূৰ্তি

WhatsApp Image 2020 06 18 at 3.11.02 PM

সোমবাৰে নিশা ভাৰতীয় সেনাবাহিনীৰ ওপৰত চীনা সৈন্যৰ ভয়ংকৰ আক্ৰমণত ২০ জন বিষয়া জোৱানে প্ৰাণ হেৰুওৱা ঘটনাই প্ৰতিজন ভাৰতীয়ক ব্যৰ্থিত কৰি তুলিছে ৷ দেশত ক্ৰমান্বয়ে চীনৰ বিৰুদ্ধে প্ৰতিবাদৰ মনোভাৱ গঢ় লৈ উঠিছে । চীনা সামগ্ৰী বৰ্জনৰ লগতে ধ্বংস কৰাৰ দাবী উঠিছে ৷ তাৰ মাজতে বৃস্পতিবাৰে মহানগৰীত ৰাষ্ট্ৰীয় বজৰং দল আৰু আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ যৌথ উদ্যোগত চীনৰ পতাকা দাহ আৰু চীনৰ ৰাষ্ট্ৰ প্ৰধান জিন পিঙৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে | লগতে  প্ৰতিবাদকাৰীসকলে চীনা সামগ্ৰী বৰ্জন কৰিবলৈ দাবী উত্থাপন কৰে |

ADVERTISEMENT
Exit mobile version