ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৪৮৬১ জনলৈ বৃদ্ধি

e0a4d6cb 9fb4 49d0 9645 d4d09d6fa861

 

ক্ৰমাৎ পাঁচ হেজাৰ হোৱাৰ দিশলৈ গতি কৰিছে ৰাজ্যত কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যাই ৷

■ ৰাজ্যত প্ৰতিটো মূহুৰ্ততে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷

■ ৰাজ্যত পুনৰ ৮৪ জনৰ দেহত কৰ’নাৰ অৱস্থিতি ।

■ সম্প্ৰতি আক্ৰান্ত লোকসকলৰ ২৫ জন মিছামাৰি মিলিটেৰী কেম্পৰ,১৬ জন কামৰূপ মেট্ৰ’ৰ,১৪ জন হাইলাকান্দিৰ,১৩ জন কৰিমগঞ্জৰ,৮ জন তেজ,৫ জন নগাঁও,২জন লখিমপুৰৰ আৰু ১ জন গোলাঘাট ৷

■ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনালে এই কথা ৷

■ ইয়াৰ বিপৰীতে সুস্থ হৈছে ২৬৫৪ জন, চিকিৎসাধীন হৈ আছে ২১৯৫ জন আৰু কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৯ জন ৷

Exit mobile version