অসমত আৰম্ভ হ’ল সূৰ্যগ্ৰহণ

solar eclipse 2020 first glimpses of surya grahan in mumbai delhi jammu kashmir

আজি সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যত পুৱা ৯-১৫ বজাৰ পৰা প্ৰত্যক্ষ হৈছে বলয়গ্ৰাস সূৰ্যগ্ৰহণ । কিন্ত ইয়াৰ বিপৰীতে অসমত পুৱা ১০-৫৭ বজাৰ পৰা সূৰ্যগ্ৰহণ আৰম্ভ হৈ অন্ত পৰিব ২.২৪ বজাত ৷ উল্লেখযোগ্য যে বছৰৰ প্ৰথমটো মহাজাগতিক পৰিঘটনাৰ সাক্ষী হৈ ৰ’ব দেশবাসীৰ লগতে অসমবাসী ৷ সূৰ্যগ্ৰহণ কেনেকৈ চাব ? এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা নাগৰিকসকলৰ কাৰণে এক নিৰ্দেশনা জাৰি কৰিছে ৷ সেই অনুসৰি,

Exit mobile version