Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Crime

Nagas continue to encroach on Assamese land:অসমৰ মাটিত নগাৰ বেদখল অব্যাহত

ৰজাবাৰীৰ কাষতে নগাই গছ-গছনি কাটি কৰিছে তহিলং, খবৰেই নাই অসমৰ প্ৰশাসনৰ

publisher by publisher
January 20, 2025
in Assam, India, News
Reading Time: 3 mins read
0
Nagas continue to encroach on Assamese land:অসমৰ মাটিত নগাৰ বেদখল অব্যাহত
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Mariani Public Protest: এটুপি পানীৰ বাবে হাহাকাৰ মৰিয়নিৰ বহলটিং বাসীৰ

Mariani:মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ থাৰ বাহন দুর্ঘটনাগ্রস্ত

Gaurav Gogoi:এআইইউডিএফৰে কংগ্ৰেছৰ মিত্ৰতা নস্যাৎ গৌৰৱ গগৈৰ

Nagas continue to encroach on Assamese land:

সম চৰকাৰৰ দুৰ্বল ভূমিকাৰ সুযোগ লৈ চুবুৰীয়া নগালেণ্ডে অসমৰ মাটিত ব্যাপক বেদখল চলাই গৈছে। ইখনৰ পাছত সিখন ঠাই নিজৰ দখললৈ নিছে নগালেণ্ডে।

ADVERTISEMENT

এই ক্ষেত্রত নগালেণ্ড চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাৰ বিপৰীতে অসম চৰকাৰে সদায় মূৰ পোলোকা মৰা নীতি গ্রহণ কৰি আহিছে। যোৰহাট জিলাৰ মৰিয়নিৰ অসম-নগালেণ্ড সীমান্তৱর্তী অঞ্চলত অৱস্থিত তিনিখন সংৰক্ষিত বনাঞ্চল ক্রমে দিছে ভেলী, দিছৈ আৰু তিৰু হিলছ সংৰক্ষিত বনাঞ্চলৰ অধিকাংশ ভূমি এতিয়া নগালেণ্ডৰ দখললৈ গ’ল।

স্মর্তব্য যে দুদিনমান পূর্বে অসম আৰক্ষীৰ এটা দলক সীমান্তৱর্তী য়াজাং চি নগা বস্তিত নগালোকে আক্রমণ কৰাৰ লগতে ওৰে ৰাতি বস্তিখনত আবদ্ধ কৰি মাৰপিট কৰিছিল। ইয়াৰ পাছতো লজ্জাজনকভাবে অসমৰ প্রশাসনে কোনো ব্যৱস্থাই ল’ব নোৱাৰিলে। সেই একেই য়াজাং চি বস্তিৰ কাষত এতিয়া অসমৰ মাটিত নগাই বেদখল চলাইছে। অসমৰ ভূমিত অৱস্থিত ৰজাবাৰী নামৰ গাঁওখনৰ কাষতে বেদখল আৰম্ভ কৰিছে নগা দুর্বৃত্তই।

মৰিয়নিৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত তিৰু হিলছ সংৰক্ষিত বনাঞ্চলত ইটোৰ পাছত সিটো টিলাৰ গছ-গছনি কাটি তহিলং কৰি গৈছে। সবাতেকৈ উদ্বেগজনক কথাটো হ’ল ৰজাবাৰীৰ বাসিন্দা সন্তোষ কৰ্মকাৰৰ ঘৰৰ পাছফালে বাৰীৰ কাষতেই নগা দুর্বৃত্তই গছ-গছনি কাটি তহিলং কৰাৰ লগতে বেদখল আৰম্ভ কৰিছে। এই বিষয়ে স্থানীয় ৰাইজে টীয়কৰ প্ৰশাসনক অৱগত কৰিছিল; কিন্তু বিষয়টোলৈ প্রশাসনে কোনো গুৰুত্বই নিদিয়াৰ গুৰুতৰ অভিযোগ উঠিছে।

কিছুদিন পূর্বে সংঘটিত অসম আৰক্ষীক নগা দুর্বৃত্তই মাৰপিটৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীও আগুৱাবলৈ সাহস কৰিব পৰা নাই। উল্লেখ্য যে ৰজাবাৰী, চুতীয়াকাৰী আৰু ৰণখামত অসম আৰক্ষী বেটেলিয়নৰ তিনিটাকৈ সীমান্ত নিৰীক্ষণ চকী (বিঅ’পি) আছে যদিও নগাৰ আগ্রাসন ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁলোক সদায় পিছ হোঁহকি আহিছে।

ঊর্ধ্বতন বিষয়াই বিষয়টোক লৈ কোনোদিনেই গুৰুত্ব প্রদান কৰা পৰিলক্ষিত হোৱা নাই। অসমৰ ৰাজহ গাঁৱৰ নিচেই কাষতে এইদৰে নগাই বেদখল আৰম্ভ কৰাত স্বাভাৱিকতে অঞ্চলটোত উত্তেজনা বৃদ্ধি পোৱাৰ লগতে গাঁওবাসী আতংকৰ মাজত থাকিবলগীয়া হৈছে।

ইফালে, নগাই বেদখল চলোৱা উক্ত ৰাজহ ভূমিৰ খাজনা ৰজাবাৰীৰ ৰাইজে দি আহিছে বুলিও স্থানীয় লোকে জানিবলৈ দিছে। অসমৰ মাটিত নগাই বেদখল চলোৱা নাই বুলি সততে কৈ ফুৰা অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া কি ক’ব? ইফালে, সীমা সমস্যা সমাধান হোৱা বুলি মিঠাই বিলোৱা মৰিয়নিৰ বহুবল্কি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ভূমিকাক লৈও অসন্তুষ্টি ব্যক্ত কৰিছে অঞ্চলটোৰ ৰাইজে। এই ক্ষেত্ৰত সচেতন ৰাইজে অসম চৰকাৰক অতি শীঘ্রেই ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assamese landdisoiMarianiNagas continue to encroachTiru HillsValley
publisher

publisher

Related Posts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

September 24, 2026
Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
Assam

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

September 24, 2026
Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

September 24, 2026
Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি
Assam

Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

September 24, 2026
Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প
Assam

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d