ভাৰত চীনৰ বিবাদ আৰু শাসক বিৰোধীৰ বাকযুদ্ধ

Apache helicopters Wikimedia Commons e1582873278562

এহাতে ভাৰত চীনৰ বিবাদ আৰু আনহাতে আৰম্ভ হৈছে শাসক বিৰোধীৰ বাকযুদ্ধ। ডঃ মনমোহন সিঙৰ দলে 43,000 কিলোমিটাৰ ভাৰতীয় ভূমি চীনাক সমৰ্পন কৰিছিল। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাডাই  কংগ্ৰেছ আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী সিঙক এইদৰে চোকা সমালোচনা কৰে।

Exit mobile version