- মাকুমৰ বেতজান চাহ বাগিছাৰ জেকি বাইগা ওৰফে ৰাজু(২৩) নামৰ নৈশ চকীদাৰ জনক দুষ্টচক্ৰই নিশা দাৰে ঘপীয়াই হত্যা কৰাৰ পিছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ।
- নিশা চোৰে চাহপাত চুৰি কৰিবলৈ আহি নৈশ চকীদাৰ জনক হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ ।
- নৈশ চকীদাৰ গৰাকীৰ হত্যাকাৰীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰাৰ দাবীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মৃতদেহ লৈ অৱৰোধ কৰি তীব্ৰ আন্দোলন গঢ়ি তোলে স্থানীয় ৰাইজে ।
তিনিচুকীয়াৰ মাকুমত নৃশংস হত্যাকাণ্ড
-
By publisher
Related Content
Aap Assam Pressmeet:ক'ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত স্থিতি স্পষ্ট কৰক প্ৰধানমন্ত্ৰীয়ে
By
publisher
May 2, 2024
GST Collection Has Set a Record:জিএছটি সংগ্ৰহে গঢ়িছে অভিলেখ !
By
publisher
May 2, 2024
Bank Robbery in Nagaon:নগাঁৱত দিন- দুপৰতে চাঞ্চল্যকৰ বেংক ডকাইতি !
By
publisher
May 2, 2024