Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Aap Assam Pressmeet:ক’ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত স্থিতি স্পষ্ট কৰক প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰীয়ে ভেক্সিনৰ পাৰ্শ্বক্ৰিয়াই জনসাধাৰণৰ মাজত পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে:আপ

publisher by publisher
May 2, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Aap Assam Pressmeet:ক’ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত স্থিতি স্পষ্ট কৰক প্ৰধানমন্ত্ৰীয়ে
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Aap Assam Pressmeet:উমৰাংচুৰ ঘটনাৰ বাবে ৰাজ্য চৰকাৰক জগৰীয়া কৰিলে অনুৰূপা ডেকাৰজাই

Aap Assam Pressmeet:উপ নিৰ্বাচনক লৈ আপৰ গুৰুতৰ অভিযোগ

State Aap Pressmeet In Guwahati:বিজেপি – কংগ্ৰেছৰ ব্যৰ্থতা উদঙাই আপৰ সংবাদমেল

Aap Assam Pressmeet:

ক’ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়াক লৈ দেশজুৰি পুনৰ এক ত্ৰাসৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ভেকচিন লোৱাৰ ফলত বহুলোকৰ বিসংগতিৰ খবৰ পোৱা গৈছে। এই সকল লোকে ভয়-শংকাৰ কবলত পৰি অন্য ধৰণে মৃত্যু মুখত পৰিব পাৰে। যি সময়ত সাধাৰণ মানুহৰ মাজত এনে ভয়-শংকাই ত্ৰাসৰ সৃষ্টি কৰিছে সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰহস্যজনক মৌনতাই আমাক চিন্তিত কৰি তুলিছে।

ADVERTISEMENT

আজি মহানগৰীৰ গণেশগুৰিস্থিত আপ, অসমৰ কাৰ্যালয়ত দলৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই এক সংবাদমেলত ক’ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰী মোদীৰ নিৰৱতাক লৈ এনেদৰে মন্তব্য প্ৰকাশ কৰে। আপৰ মুখপাত্ৰ গৰাকীয়ে কয়,  ক’ৰোনা অতিমাৰীৰ ভয়াবহ সময়ছোৱাত ভেকচিন প্ৰদানক লৈ দেশজুৰি তোলপাৰৰ সৃষ্টি হৈছিল। সম্প্ৰতি আকৌ যেন তেনে ভয়ংকৰ দুৰ্দিন উভতি আহিছে। যি সময়ত সমগ্ৰ বিশ্বতে ক’ৰোনা মহামাৰী বিয়পি পৰিছিল, তেনে সময়ত প্ৰথমাৱস্থাত ভাৰতৰ প্ৰায় ৮৮% লোকক ভেকচিন প্ৰদান কৰা হৈছিল।

ভেকচিন ল’বলৈ শাৰীৰিক ভাৱে সক্ষম প্ৰায় ৯৫ % লোকক পৰৱৰ্তী সময়ত চৰকাৰে ভেকচিন প্ৰদান কৰিছিল। ভাৰতৰ মুঠ জনসংখ্যাৰ ৭৪% শতাংশই এপালি আৰু ৬৯% শতাংশই দুপালিকৈ ভেকচিন লৈছিল। ভাৰতৰ মুঠ প্ৰতিষেধক লওঁতাৰ প্ৰায় ৯০ শতাংশই এষ্ট্ৰাজেনেকাৰ ক’ভিশ্বিল্ড ভেকচিন লৈছিল। সংবাদমেলত আম আদমী পাৰ্টিৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই কয়,  ক’ৰোনা কালত চৰকাৰৰ পক্ষৰ পৰা নিৰ্দেশ জাৰি কৰা হৈছিল যে দেশৰ প্ৰতিজন নাগৰিকে ভেকচিন ল’ব লাগিব।

ভেকচিন নল’লে বিমান, ৰে’ল বা আন কোনো ধৰণৰ ভ্ৰমণৰ ক্ষেত্ৰত অনুমতি দিয়া নাছিল। বিদেশ ভ্ৰমণ বা আন্তঃৰাজ্যিক, আন্তঃজিলা ভ্ৰমণৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল, বিমানবন্দৰত ভেকচিনৰ প্ৰমাণ পত্ৰ প্ৰদৰ্শন কৰিবলগীয়া হৈছিল, বহুতকে বলপূৰ্বক ভাৱে ভেকচিন লবলৈ বাধ্য কৰোৱা হৈছিল। কিন্তু আজি ক’ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত যিবোৰ কথা ওলাইছে, এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিভাগে কোনো স্পষ্টীকৰণ দিয়া নাই।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰৱতায়ো আমাক চিন্তিত কৰি তুলিছে। সংবাদমেলত আপ অসমৰ আন এগৰাকী মুখপাত্ৰ আলাউদ্দিন আহমেদে কয়,  ক’ভিড কালত চৰকাৰে যি ধৰণৰ তৎপৰতাৰে প্ৰতিষেধক চিটা প্ৰদান কৰিছিল সেই একেধৰণৰ তৎপৰতাৰে জনসাধাৰণৰ ভয়-শংকা দূৰ কৰাৰ স্বাৰ্থত স্পষ্টীকৰণ দিয়াৰ দায়িত্বও পালন কৰিব লাগে। এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় চৰকাৰৰ ৰহস্যজনক নিৰৱতা গ্ৰহণযোগ্য নহয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aap Assam PressmeetSinior Sporkperson Anurupa Dekaraja Address
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d