উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত মুঠ ২৪ জন শিক্ষাৰ্থীৰ শীর্ষ দহটা স্থানৰ ভিতৰত স্থান লাভ

উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত মুঠ ২৪ জন শিক্ষাৰ্থীয়ে শীর্ষ দহটা স্থানৰ ভিতৰত স্থান লাভ কৰিছে।

* ৪৭১ নম্বৰেৰ প্ৰথম স্থানত চল্টব্ৰুক একাডেমী, ডিব্ৰুগড়ৰ কৃষ্ণা মাহেশ্বৰীয়ে।

* ৪৬৮ নম্বৰৰে দ্বিতীয় স্থানত সৰ্পিত কোৰ, সোণাৰী জুনিয়ৰ কলেজ, চৰাইদেউ ।

* ৪৬৬ নম্বৰ লাভৰে তৃতীয় স্থানত বিনীতা সাহা, ৰামানুজন গুপ্তা জুনিয়ৰ কলেজ, কাছাৰ।

* ৪৬৫ নম্বৰেৰে চতুৰ্থ স্থানত ক্ৰমে জ্ঞানদ্বীপ দুৱাৰা-ৰিলায়েঞ্চ জুনিয়ৰ কলেজ, গোলাঘাট, সুৰভি দেৱ, শংকৰদেৱ জুনিয়ৰ কলেজ হোজাই আৰু পিয়ু দাস, দিক্ৰং নেশ্যনেল জুনিয়ৰ কলেজ, লখিমপুৰ।

 

*৪৬০ নম্বৰেৰে পঞ্চম স্থানত ক্ৰমে প্ৰেৰণা দুৱাৰ আৰু আস্থা চৌধুৰী চল্টব্ৰুক একাডেমি ডিব্ৰুগড় আৰু অংকুৰ জ্যোতি ভূঞা, জেবি কলেজ, যোৰহাট।

* ৪৫৭ নম্বৰেৰে ষষ্ঠ স্থানত ক্ৰমে শ্ৰুতি জৈন, ডনবক্স উচ্চতৰ মাধ্যমিক বিদ্যালয়, কাৰ্বি আংলং আৰু কাৰ্তিক ধাৰিৱাল, নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়।

* ৪৫৪ নম্বৰেৰে সপ্তম স্থানত ক্ৰমে আৰিজিৎ সাহা, বঙাইগাঁও কলেজ আৰু ৰোহিত আগৰৱাল, ৰামেশ্বৰ ধানোৱাৰ জুনিয়ৰ কলেজ, তিনিচুকীয়া।

* ৪৫৩ নম্বৰেৰে অষ্টম স্থানত ক্ৰমে ৱসুমিতা ৰয়, বিবেকানন্দ জুনিয় কলেজ কাছাৰ, প্রিয়া জৈন আৰু তৃষ্ণা দেৱী নলবাৰী কমাৰ্চ কলেজ আৰু মেঘা মজুমদাৰ, শিৱসাগৰ জুনিয়ৰ কলেজ, শিৱসাগৰ।

*৪৫২নম্বৰৰে নৱম স্থানত আদিত্য দত্ত, ৰামানুজ গুপ্তা জুনিয়ৰ কলেজ, চিমি দাস গুৱাহাটী কমাৰ্চ কলেজ আৰু সংগীনা খাতুন ব্ৰহ্মপুত্ৰ ভেলী একাডেমী, লখিমপুৰ।

* দশম স্থানত ৪৫১ নম্বৰেৰে ক্ৰমে নলিনী জামাৰ, এন ই এফ কলেজ, কামৰূপ(ম), সাক্ষী গোৱাল সাহা কেচি দাস কমাৰ্চ কলেজ কামৰূপ(ম) আৰু মধুসূদন শৰ্মা ডিক্ৰং নেচনেল কলেজ লখিমপুৰ l

Exit mobile version