Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

    শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

    চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Crime

Indo- Bangla Border BSF Raid :বাংলাদেশ সীমান্তত বি এছ এফৰ অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ কফ চিৰাপৰ বটল

বাংকাৰৰ ভিতৰৰ চাৰিটা লোহাৰৰ বক্সত উদ্ধাৰ কফ চিৰাপৰ বটল সমূহ

publisher by publisher
January 25, 2025
in India, News
Reading Time: 2 mins read
0
Indo- Bangla Border BSF Raid :বাংলাদেশ সীমান্তত বি এছ এফৰ অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ কফ চিৰাপৰ বটল
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

BSF Firing in Indo-Bangla Border:মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত চোৰাং গৰু সৰবৰাহকাৰীলৈ বিএছএফৰৰ গুলীচালনা

Golokganj:অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা চাৰি বাংলাদেশী যুৱতীক গোলকগঞ্জত বিতাৰণ

Indo-Bangla Border Police- Intelligence activities:অসমৰ সীমান্ত অঞ্চলত নিৰাপত্তা বাহিনী-আৰক্ষী-চোৰাংচোৱাৰ ব্যাপক তৎপৰতা

Indo- Bangla Border BSF Raid:

পশ্চিমবংগৰ ভাৰত – বাংলাদেশ সীমান্তৱৰ্তী নদিয়াৰ মাজদিয়া থানাৰ বিঘাডুৰৰ এখন তামোলৰ বাগিচাৰ মাজত আছিল চাৰিটাকৈ জুপুৰি ৷  সেই জুপুৰিৰ কাষতে মাটিৰ বাংকাৰৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ কফ চিৰাপৰ বটল ৷

ADVERTISEMENT

বিএছএফৰ ৩২ নং বেটেলিয়নে বিশেষ খবৰৰ ভিত্তিত উক্ত অঞ্চলত অৰ্তকিতে অভিযান চলাই চাৰিটা মাটিৰ বাংকৰাৰ তলৰ পৰা উদ্ধাৰ কৰে প্ৰায় ডেৰকোটি মূল্যৰ কফ চিৰাপ ৷ সন্দেহ কৰা মতে কফ চিৰাপ সমূহ বাংলাদেশলৈ সৰবৰাহ কৰাৰ বাবে সৰবৰাহকাৰীয়ে মজুত কৰি ৰাখিছিল ৷ উল্লেখ্য যে, শুকুৰবাৰৰ পৰাই বি এছ এফৰ এই অভিযান আৰম্ভ হৈছিল আৰু শনিবাৰে বিয়লি এই অভিযান ‘সমাপ্ত’ ঘোষণা কৰে।

আজি উদ্ধাৰ হোৱা ৬২,২০০ বটলটা কফ চিৰাপৰ আনুমানিক বজাৰ মূল্য প্ৰায় ডেৰ লাখ টকা হ’ব বুলি নিশ্চিত কৰিছে বিএছএফে ৷

# কেনেকৈ উদ্ধাৰ হ’ল মাটিৰ বাংকাৰ কেইটা

বি এছ এফৰ সূত্ৰ অনুসৰি, কৃষ্ণনগৰ আৰক্ষী জিলাৰ মাজদিয়া থানা এলেকাৰ নাগাটা সীমান্তৱৰ্তী অঞ্চলত বৃহৎ পৰিমাণৰ ফেনচিডিল মজুত থকা বুলি এক সূত্ৰৰ জৰিয়তে সীমান্তৰক্ষী বাহিনীৰ ৩২ নং বেটেলিয়নলৈ তথ্য লাভ কৰিছিল। ইয়াৰ পিছতে কৃষ্ণগঞ্জৰ মাজদিয়া সুধৰঞ্জন লাহিৰি মহাবিদ্যালয়ৰ সমীপৰ এখন আমৰ বাগিচালৈ যায় টংগী সীমান্ত আউটপোষ্টৰ বিএছএফৰ শ্ৰমিকসকল।

শুকুৰবাৰে পুৱা প্ৰায় ৩:৩০ বজাত আম বাগিচাৰ আশে-পাশে অনুসন্ধান আৰম্ভ হয়। স্থানীয় আৰক্ষী থানাক এই সম্পৰ্কে অৱগত কৰে বিএছএফৰ অভিযানকাৰী দলে ৷ আনহাতে এই অভিযানকালত আৰক্ষীয়েও সহযোগ কৰে বিএছএফক ৷

ইয়াৰ পিচতে আম বাগানক পহৰা দিবলৈ বনোৱা জুপুৰিটোৰ তলত মাটি খান্দি মাটিৰ তলৰ ‘ষ্ট’ৰেজ’ এটা পোৱা গ’ল। তাৰ ঠিক কাষৰ আম গছ এজোপাৰ কাষতে আন এটা বাংকাৰ খান্দি উলিওৱা হয়। ইয়াৰ পিছতে বি এছ এফৰ বোমা বিশেষজ্ঞ দলো উপস্থিত হয় সেই স্থানত। লগে লগে বৃদ্ধি কৰা হয় নিৰাপত্তা ব্যৱস্থা ৷

আনহাতে শুকুৰবাৰে নিশা হোৱাৰ পিছতে স্তব্ধ হৈ পৰে তালাচী অভিযান। শনিবাৰে পুৱাৰে পৰা পুনৰ অনুসন্ধান আৰম্ভ হয়। উদ্ধাৰ হয় আৰু দুটা বাংকাৰ। দিনৰ ১ বজালৈকে অনুসন্ধানৰ সময়ত বহু নিষিদ্ধ কফ চিৰাপ উদ্ধাৰ হয়। বি এছ এফৰ মতে সীমান্তত চোৰাংভাৱে নিষিদ্ধ কফ চিৰাপ সৰবৰাহৰ বৃহৎ চক্ৰ এটি সংগোপনে গা কৰি উঠিছিল ৷

দক্ষিণ বংগ সীমান্তৰ বি এছ এফৰ ডি আই জি (জনসংযোগ) নিলোৎপল পাণ্ডেই কয় যে, ‘সীমান্ত অতিক্ৰম কৰি বৃহৎ চোৰাং ব্যৱসায়ৰ নেটৱৰ্ক উৎখাত বি এছ এফৰ অন্যতম সফলতা হিচাপে বিবেচিত হৈছে ।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: bsf raidCofe Sirup rECOVERIndo-Bangla Border
publisher

publisher

Related Posts

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক
Assam

শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

September 5, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d