মহানগৰীত(কামৰূপ মেট্ৰ’) পুনৰ ১৪ দিনৰ বাবে তলাবন্ধ ঘোষণা

Lockdown

■ গুৱাহাটীত ২৮ জুনৰ পৰা নিশা ৭ বজাৰ পৰা তলাবন্ধ ঘোষণা।

■ ১২ জুলাইলৈ তলাবন্ধ প্ৰযোজ্য হ’ব।

■ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান আৰু উদ্যোগ বন্ধ থাকিব।

■ কোনো ধৰণৰ ৰাজহুৱা আৰু ব্যক্তিগত বাহনৰ চলাচল বন্ধ।

■ সকলো চিকিৎসালয়ৰ সেৱা অব্যাহত থাকিব।

■ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, ধৰ্মীয় ক্ষেত্ৰত সমাগম বন্ধ থাকিব।

■ অন্ত্যোষ্টিক্ৰিয়া অনুষ্ঠানত ২০ জনতকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব।

■  প্ৰথম ৭ দিন অধিক কঠোৰ হ’ব তলাবন্ধ।

Exit mobile version