জনপ্ৰিয় চলচিত্ৰ পৰিচালক কৰণ জোহৰৰ অনুৰাগীৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে। ইনষ্টাগ্ৰামত প্ৰায় পাঁচ লাখ অনুৰাগীয়ে আনফল’ কৰিছে কৰণ জোহৰক । পূৰ্বে ইনষ্টাগ্ৰামত কৰণ জোহৰৰ অনুৰাগীৰ সংখ্যা এঘাৰ মিলিয়নৰো অধিক আছিল । অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছত ছ’চিয়েল মিডিয়াত বলিউড জগতৰ ৰাজনীতি আৰু বংশবাদক লৈ বহু চর্চা চলি আছে । এই বিতৰ্কৰ শীৰ্ষত আছে পৰিচালক কৰণ জোহৰৰ নাম । কৰণ জোহৰে বংশবাদক অধিক স্থান দিয়াৰ অভিযোগ উত্থাপন কৰিছে সুশান্ত সিং ৰাজপুতৰ অনুৰাগী সকলে । বলিউডৰ অভিনেতা-অভিনেত্ৰীয়েও ইতিমধ্যে এই বংশবাদক লৈ বিভিন্ন মন্তব্য কৰিছে । এই চৰ্চালৈ অহাৰ পিছতেই দিনে দিনে অনুৰাগীৰ সংখ্যা হ্ৰাস পাব ধৰিছে পৰিচালকজনৰ। ছ’চিয়েল মিডিয়াত চলা এই বিতৰ্কৰ পাছতে ‘মামি’ বৰ্ডৰ সদস্যৰ পদ ত্যাগ কৰিছে পৰিচালক কৰণজোহৰে ।
ছ’চিয়েল মিডিয়াত হ্ৰাস পাইছে কৰণ জোহৰৰ অনুৰাগীৰ
-
By publisher

- Categories: Uncategorized
- Tags: Bollywood NewsKaran Johar
Related Content
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
By
publisher
April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
By
publisher
April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
By
publisher
April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত 'থাৰ'ৰ খুন্দাত প্রাণ গ'ল আঢ়ৈ বছৰীয়া কণমানি
By
publisher
April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
By
publisher
April 24, 2026
Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !
By
publisher
April 23, 2026