কৰ’না প্ৰতিৰোধৰ কাৰণে মহানগৰীত দেওবাৰে নিশা ১২ বজাৰ পৰা তলাবন্ধৰ ঘোষণা কৰিছে চৰকাৰে ৷ সেই সময়তে মহানগৰীত দেখিবলৈ পোৱা গৈছে আলু পিয়াঁজৰ নাটনি । ইফালে তলাবন্ধৰ সুৰুঙাতে মূল্যবৃদ্ধিৰ পাহাৰ গঢ়ি উঠিছে মহানগৰীত ৷ আজি গণেশগুৰিত আদা-নহৰুত ২৪০ টকা, স্কোৱাছত ১২০ টকা, বিলাহী ১১০, ভেণ্ডি ১০০ টকা, ভাত কেৰেলা ১২০, পটল ১২০ টকা, বেঙেনা ৮০ টকা, নেমু যোৰা ১০ টকা আৰু বন্ধাকবি ১১০ টকালৈ বৃদ্ধি পালে ৷ সম্প্ৰতি বিভাগীয় কৰ্তৃপক্ষই এই সন্দৰ্ভত কি ব্যৱস্থা লয় সেইয়া হ’ব লক্ষ্যণীয় ৷
সোমবাৰৰ পৰা তলাবন্ধ
-
By publisher

Related Content
Bomb Hoax দিল্লী অহাৰ পথত মার্কিন বিমানত বোমাতংক !
By
publisher
February 24, 2025
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025