- প্ৰদান কৰিব বিনামূলীয়াকৈ ৰেচন ৷
- দেশত কৰ’না ভাইৰাছৰ আতংক ৷
- ইয়াৰ মাজতে দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ সংকল্প ৷
- ১ জুলাইৰ পৰা দেশত আৰম্ভ হ’ব আনলক ২ ৷
- বিশ্বৰ অন্য দেশৰ তুলনাত ভাৰতত কৰ’নাৰ মৃত্যুৰ হাৰ সীমিত ৷
- এই দিশৰ পৰা ভাৰতৰ স্থিতি সবল ৷
- দেশবাসী অধিক সাৱধানে থকাটো প্ৰয়োজন ৷
- বৰ্তমান অসতৰ্কতাই আমাৰ ডাঙৰ শত্ৰু৷
- দেশৰ ৯ কোটি খেতিয়কৰ একাউণ্টত জমা হৈছে ১৮০০ কোটি ৷
- ৮০ কোটিতকৈ অধিক লোকক ৩ মাহৰ বিনামূলীয়া ৰেচন প্ৰদান কৰা হৈছে।
- প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন আঁচনিৰ দ্বাৰা অনাগত নবেম্বৰ মাহলৈকে ৮০ কোটি লোকক দিয়া হ’ব ৰেচন।
- নিয়ম উলংঘা কৰা সকলৰ প্ৰসংগত মোদীৰ মন্তব্য যে গাঁৱৰ প্ৰধানমন্ত্ৰী বা দেশৰ প্ৰধানমন্ত্ৰী হ’লেও আইন সকলোৰে কাৰণে সমান।
- গতিকে সকলোৱে নিয়ম মানি চলিব লাগিব।
দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
