ৰাজ্যত কৰ’নাৰ সংক্ৰমণৰ ভয়াৱহতাৰ মাজতে পুনৰ ক’ভিড-১৯ যোদ্ধা আক্ৰান্ত হৈছে কৰ’নাত ৷ মালিগাঁৱৰ ৰেলৱে হাস্পতালৰ দুগৰাকীকৈ নাৰ্ছ আজি কৰ’নাত আক্ৰান্ত হৈছে ৷ ইতিমধ্যে প্ৰশাসনবিভাগে জৰুৰীকালীনভাৱে দুদিনৰ বাবে হাস্পতালখন বন্ধ ঘোষণা কৰে ৷ উল্লেখযোগ্য যে কোনো ভ্ৰমণ বৃতান্ত নোহোৱাকৈ কৰ্মৰত অৱস্থাত দুগৰাকীকৈ নাৰ্ছ কৰ’নাত আক্ৰান্ত হোৱাত ইতিমধ্যে সমগ্ৰ মালিগাঁও অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ নাৰ্ছ দুগৰাকীৰ সংস্পৰ্শলৈ অহা বহু ৰোগীও যথেষ্ট শংকাত ভোগা পৰিলক্ষিত হৈছে । লগে লগে কৰ্তৃপক্ষই চিকিৎসালয়খনত চেনিটাইজাৰৰ ব্যৱস্থা কৰিছে।
পুনৰ কৰ’নাত আক্ৰান্ত ক’ভিড-১৯ৰ যোদ্ধা
-
By publisher

Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025