ৰাজ্যত পুনৰ ২ জন কৰ’নাত আক্ৰান্ত হৈ মৃত্যু

WhatsApp Image 2020 07 02 at 4.14.51 PM

ৰাজ্যত পুনৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে দুজন লোকৰ ৷ মৃত্যু হোৱা লোক দুজনৰ নাম প্ৰভুদয়াল বিৰাৱাতকা(৭৮) আৰু সুভাষু কলিতা(৫৬) বছৰ ৷ এই কথা জনালে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ ইফালে ৰাজ্যত বৰ্তমান কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৮৯৫৫ জনলৈ ৷ সুস্থ হৈছে ৫৮৩১ আৰু চিকিৎসাধীন হৈ আছে ৩১০৯ জন । মৃত্যু হৈছে ১৪ জনৰ ৷

Exit mobile version