৫ জুলাইৰ পৰা ১২ জুলাইলৈকে মহানগৰীত কিছুক্ষেত্ৰত তলাবন্ধ শিথিল

Lockdown

■ গেলামালৰ দোকানসমূহ সোমবাৰ আৰু বুধবাৰে( ৬ আৰু ৮ জুলাই)ত পুৱা ১১ বজাৰ পৰা বিয়লি ৪ বজালৈ খোলাৰ অনুমতি প্ৰদান।
■ নিৰ্ধাৰিত দিনকেইটাত ২০ শতাংশ দোকানহে খুলিব পাৰিব। লগতে মূল্যবৃদ্ধি কৰিব নোৱাৰিব।
■ দোকানী আৰু গ্ৰাহকসকলে সামাজিক দূৰত্ব মানি চলাৰ লগতে মাস্ক আৰু হেণ্ড গ্লোব’ছ পৰিধান কৰাটো আৱশ্যকীয়।
■ ফলমূল আৰু শাক-পাচলি ঘৰে ঘৰে বিক্ৰীৰ সময় সোমবাৰ আৰু বুধবাৰে পুৱা ৮ বজাৰ পৰা ২ বজালৈ ।
■ ১০ জুলাইত(শুক্ৰবাৰ) পুৱা ১১ বজাৰ পৰা বিয়লি ৪ বজালৈ ই-কমাৰ্চৰ সৈতে জড়িত গতিবিধিৰ বাবে অনুমতি প্ৰদান কৰা হৈছে।
■ ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এক নিৰ্দেশনা পত্ৰযোগে উক্ত নিৰ্দেশনা সমূহ প্ৰকাশ কৰে।

Exit mobile version