ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ যোৱা ২৯ জুনৰ পৰা গুৱাহাটী মহানগৰীত ১৪ দিনৰ বাবে অব্যাহত আছে তলাবন্ধ । কিন্তু দেওবাৰে কিছু শিথিলতাৰে পাইকাৰী দোকানসমূহ খোলাৰ পাছতে ব্যাপক সমাগম সৃষ্টি হয় গণেশগুৰি পাইকাৰী বজাৰত । অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী-অৰ্ধসামিৰক বাহিনী মোতায়ান কৰিবলগীয়া অৱস্থা উদ্ভৱ হয়। কোনোধৰণৰ সামজিক ব্যৱধানৰ অবিহনে কিশোৰ-মহিলাৰ পৰা বৃদ্ধলৈকে সামগ্ৰী ক্ৰয় কৰিবলৈ হেতা-ওপৰা লগায় খুচুৰা ব্যৱসায়ীসকলে । যিটো সময়ত মহানগৰৰীত কৰ’নাৰ সংক্ৰমণ ব্যাপক হাৰত অব্যাহত আছে তেনে ক্ষেত্ৰত এতিয়াও মহানগৰবাসী সজাগ নোহোৱা বিষয়টোৱে সচেতন মহলক আচম্বিত কৰি তুলিছে।
শিথিলতাৰ প্ৰথম দিনতে মহানগৰীত নাই কোনো সামাজিক দূৰত্ব
-
By publisher

Related Content
Bomb Hoax দিল্লী অহাৰ পথত মার্কিন বিমানত বোমাতংক !
By
publisher
February 24, 2025
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025