দেওবাৰে গাজিয়াবাদৰ এটা ফটকা ফেক্টৰীত এক ভয়ংকৰ বিস্ফোৰণ হয় ৷ এই বিস্ফোৰণত ইতিমধ্যে সাতজন লোকৰ মৃত্যু হোৱাৰ উপৰিও চাৰিজন লোক আহত হৈছে । আনহাতে সদ্যহতে ফেক্টৰীটোত আৰু প্ৰায় ২০ জন লোক আৱদ্ধ হৈ আছে বুলি সন্দেহ কৰা হৈছে । হঠাতে হোৱা এই বিস্ফোৰণত ফেক্টৰীটোৰ আশে পাশে থকা লোকসকলৰ মাজত হাহাঁকাৰ অৱস্থাৰ সৃষ্টি হৈছে । ইপিনে ফেক্টৰীটোত কাম কৰা লোকসকলৰ ভিতৰত অধিকাংশই আছিল মহিলা ৷
হঠাতে বিস্ফোৰণ ফটকা ফেক্টৰীত
-
By publisher

- Categories: News
- Tags: Crackers Factory BlastGhaziabad
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025