Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

    ‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

    চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

TMC Pressmeet: এন আৰ চি আৰু অনুপ্ৰৱেশকাৰী এতিয়া মাত্র বিজেপিৰ ৰাজনৈতিক ভাষণ আৰু লাভালাভৰ আহিলা :দুলু আহমেদ

publisher by publisher
June 17, 2025
in Assam, News
Reading Time: 2 mins read
0
TMC Pressmeet: এন আৰ চি আৰু অনুপ্ৰৱেশকাৰী এতিয়া মাত্র বিজেপিৰ ৰাজনৈতিক ভাষণ আৰু লাভালাভৰ আহিলা :দুলু আহমেদ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

TMC Pressmeet:

অসম প্রদেশ তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এনআৰচি আৰু বৰ্তমান সময়ত এনআৰচিক লৈ অসম চৰকাৰৰ নিৰ্বিকাৰ ভূমিকাৰ সন্দৰ্ভত মঙলবাৰে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ উপ-সভাপতি দুলু আহমেদে এক গুৰুত্বপূর্ণ সংবাদমেল সম্বোধন কৰে। প্ৰায় ১৯ লাখ লোকৰ নাম বাদ পৰা, বিসংগতিপূর্ণ এনআৰচি আৰু অসমে ভুগি অহা অনুপ্ৰৱেশকাৰীৰ সমস্যা ইত্যাদিৰ সন্দৰ্ভত আহমেদে কয় যে, “২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই অসম যেন পুনৰবাৰ ক্ষমতাৰ ৰাজনীতিত আবদ্ধ হৈ পৰিছে, শাসকীয় পক্ষই সংকল্পৰ সলনি ভাষণ বাছি লৈছে। শেহতীয়াকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই “অনুপ্রৱেশকাৰীক পুছবেক কৰা হ’ব” বুলি কোৱা কথাটো নীতিৰ বক্তব্য নহয়, এয়া যেন এটা দশকৰ প্ৰশাসনিক আৰু আইনী বিফলতাৰ পৰা আঁতৰি যোৱাৰ এক হতাশজনক প্রচেষ্টা।

ADVERTISEMENT

দীর্ঘদিনীয়া অবৈধ প্ৰব্ৰজনৰ বিষয়টোক স্পষ্টতা আনিবৰ উদ্দেশ্যে প্ৰকাশ কৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন আমোলাতন্ত্রিক স্থবিৰতা আৰু চৰম ৰাজনৈতিক প্ৰতাৰণাৰ প্ৰতীক হৈ পৰিছে। উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ ভূমিকাত গ্রহণ কৰা এনআৰচিৰ প্ৰক্ৰিয়াটো বৃহৎ আৰু অংশগ্রহণমূলক আছিল। লাখ লাখ নাগৰিকে লিগেচি নথি-পত্র দাখিল কৰিলে আৰু কেন্দ্রীয় ৰাজকোষে এই কামৰ বাবে ১৬০০ কোটিৰো অধিক ধন ব্যয় কৰিলে। তথাপিও ২০১৯ চনৰ আগষ্ট মাহত চূড়ান্ত তালিকা প্রকাশ পোৱাৰ পাঁচ বছৰৰ পাছত ভাৰত চৰকাৰে ইয়াক চূড়ান্ত ৰূপত প্ৰকাশ কৰাত ব্যর্থ হোৱাৰ ফলত সমগ্র প্রক্রিয়াটো আইনগতভাৱে নির্বিকাৰ হৈ পৰিছে।

১৯ লাখৰো অধিক ব্যক্তি এতিয়া আইনী দুবিধাত বাস কৰে-ঘোষিত বিদেশীও নহয়, নাগৰিক হিচাপেও স্বীকৃতি পোৱা নাই-বহুতে আধাৰ, মৌলিক সেৱা আৰু মৰ্যাদাৰ পৰা বঞ্চিত হৈছে। শাসকীয় পক্ষৰ এনে স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে আমাৰ তৃণমূল কংগ্ৰেছৰ স্থিতি স্পষ্ট। এন আৰ চিৰ পৰা বাদ পৰা ব্যক্তিৰ বাবে বৈষম্যমূলক ব্যবহাৰক প্ৰত্যাহ্বান জনাই ইতিমধ্যে আমাৰ সাংসদ সুস্মিতা দেৱে ইতিমধ্যে এক গোচৰ ৰুজু কৰিছে।

মুখ্যমন্ত্ৰীয়ে ইয়াৰ আইনী ভিত্তি বা সমস্যাসমূহৰ গভীৰতা নুবুজি বাৰে বাৰে “পুছবেক”ৰ কথা ঘোষণা কৰিছে। ১৯৫০ চনৰ অনুপ্ৰৱেশকাৰী আইন আৰু আন্তঃৰাষ্ট্ৰীয় নীতি-নিয়মৰ অধীনত যিকোনো অপসাৰণৰ ক্ষেত্ৰত যথাযথ প্রক্রিয়া আৰু দ্বিপাক্ষিক চুক্তি অনুসৰণ কৰিব লাগিব। কিন্তু বাস্তৱত এনে কোনো ব্যৱস্থাৰ স্বচ্ছভাৱে উল্লেখ কৰা হোৱা নাই। ইফালে কেন্দ্রই গোৱালপাৰাত এটা বৃহৎ ডিটেনচন চেণ্টাৰ নিৰ্মাণৰ বাবে কোটি কোটি টকা ব্যয় কৰিছে।

এই অমীমাংসিত প্ৰশ্নৰ জালত যোগ দি আছে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ সন্দৰ্ভত বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদন। ৫৬টা পৰামৰ্শ গ্রহণ কৰা বুলি জনসাধাৰণৰ আশ্বাস দিয়াৰ পিছতো কোনো সুনির্দিষ্ট কাৰ্য্য পৰিকল্পনা বা সময়সীমা প্ৰকাশ কৰা হোৱা নাই। এনে স্পৰ্শকাতৰ বিষয়ত এই স্বচ্ছতাৰ অভাৱে বহু প্ৰশ্নৰ উত্থাপন কৰে।

লাহে লাহে স্পষ্ট হৈ পৰিছে যে, কেন্দ্ৰ আৰু অসম উভয়তে বিজেপিয়ে প্ৰব্ৰজনৰ সমস্যা সমাধানৰ বাবে নহয়, কেৱল মাত্র নির্বাচনী লাভালাভৰ বাবে পুনৰ ব্যৱহাৰৰ বাবে সাজু কৰিছে। যেতিয়া এন আৰ চিৰ অলিকাখনে আকাংক্ষিত সাম্প্রদায়িক ফলাফল দিব নোৱাৰিলে, তেতিয়া সেই তালিকাখন লুকুৱাই ৰখা হ’ল। বাদ পৰা সকলৰ ভাগ্যক লৈ প্ৰশ্ন উত্থাপন হ’লে ৰাজ্য চৰকাৰে মৌনতা গ্রহণ কৰে আৰু এতিয়া নিৰ্বাচনৰ সময় ওচৰ চাপি অহাৰ লগে লগে আকৌ এবাৰ চৰকাৰে “অনুপ্ৰৱেশকাৰীৰ“ৰ কথা হৈছে। তৃণমূল কংগ্ৰেছৰ মতে পৰিচয়, নিৰাপত্তা, নাগৰিকত্ব শ্লোগান বা ভাষণেৰে নহয়, আইনৰ জৰিয়তে সুৰক্ষিত কৰিব লাগিব।

আমি অবৈধ প্ৰব্ৰজনকাৰীক ধৰা পেলোৱা আৰু বিতাড়নক সমর্থন কৰোঁ, কিন্তু সংবিধানৰ ভিত্তিত আৰু ন্যায়পালিকাৰ নিৰীক্ষণ প্ৰক্ৰিয়াৰ জৰিয়তেহে। অসমত বিজেপিৰ দহ বছৰীয়া শাসনৰ ফলত এন আৰ চিৰ কোনো চূড়ান্ততা নাই, ৬ নং দফা কাৰ্যকৰী হোৱা নাই, সু-সংহত বিতাড়নৰ ব্যৱস্থা নাই, খৰচ হোৱা কোটি টকা আৰু জীৱন বিঘ্নিত হোৱাৰ কোনো জবাবদিহিও নাই। “পুছবেক“ৰ ৰাজনীতি হৈছে এই দীঘলীয়া বিফলতাৰ তালিকাৰ সুবিধাজনক আৱৰণ। অসমৰ প্ৰতিজন সৎ নাগৰিকৰ অধিকাৰ ৰক্ষাৰ বাবে আমি অসম প্রদেশ তৃণমূল কংগ্রেছ সদায় প্রতিশ্রুতিবদ্ধ হৈ আছোঁ

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dulu AhmedGuwahatiNRCTmc Pressmeet
publisher

publisher

Related Posts

বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!
International

October 17, 2026
শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং
International

শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

October 17, 2026
‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা
India

‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

October 17, 2026
চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d