অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ সুখবৰ কঢ়িয়াই আনিছে লাভলীনা বৰগোহাঁই, যমুনা বড়ো আৰু শিৱ থাপায়ে ৷ আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ’চিয়েছন আৰু বিশ্ব বক্সিঙৰ শেহতীয়া ৰেংকিং তালিকাত অসমৰ লাভলীনা বৰগোঁহায়ে মহিলা শাখাত তৃতীয় স্থান আৰু যমুনা বড়োৱে পঞ্চম স্থান লাভ কৰে । আনহাতে বিশ্ব বক্সিঙৰ ৬০ কেজিৰ লাইট ৱেটত পুৰুষৰ আইবা ৰেংকিঙত ষষ্ঠদশ স্থান লাভ কৰে। আইবা ৰেংকিঙৰ মহিলাৰ ৫১ কেজি শাখাত ভাৰতবৰ্ষৰ তাৰকা খেলুৱৈ এম চি মেৰী কম তৃতীয় স্থানত আছে।
অসমৰ ক্ৰীড়া জগতলৈ সুখবৰ
-
By publisher

- Categories: Assam, India, News, Sports
- Tags: AssamJamuna BoroLovlina BorgohainShiva Thapa
Related Content
ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক
By
publisher
March 11, 2026
Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
By
publisher
March 11, 2026
আকস্মিক জটিল সংকট!
By
publisher
March 11, 2026
যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ
By
publisher
March 11, 2026
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026