Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

আকস্মিক জটিল সংকট!

যুদ্ধ: দেশজুৰি গেছৰ প্ৰচণ্ড নাটনি

publisher by publisher
March 11, 2026
in India, News
Reading Time: 1 min read
0
আকস্মিক জটিল সংকট!
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

LPG Cylinder :ৰন্ধন গেছ, পেট্ৰ’ল-ডিজেলক লৈ কেন্দ্ৰৰ বৈঠক

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

Guwahati :মহানগৰীৰ উলুবাৰীৰ বৰা চাৰ্ভিচত অঘটন !

LPG Cylinder:✒️জোঁৰ পুৰি হাত পোৱাৰ পাছতহে সাৰ পালে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে। দেশৰ চৌদিশে বন্ধন গেছৰ নাটনিয়ে জটিল ৰূপ ধাৰণা কৰাৰ পাছতহে সমস্যাৰ গভীৰতা উপলব্ধি কৰি তৎপৰ হৈছে মোদী চৰকাৰ। কেন্দ্ৰৰ এই পদক্ষেপতো ডাঙৰ ছিদ্রই দেখা দিছে। কাৰণ ৰন্ধন গেছৰ ঘৰুৱা যোগানতহে মূল অগ্রাধিকাৰ আৰোপ কৰি হোটেল-ৰেস্তোৰাঁসমূহৰ প্ৰতি কেন্দ্রই পিঠি দিয়াৰ অভিযোগ উত্থাপন হৈছে।

ADVERTISEMENT

অর্থাৎ দেশৰ আতিথ্য খণ্ড গভীৰ সংকটৰ মুখামুখি হ’ব লগা হৈছে। ৰন্ধন গেছৰ নাটনিয়ে সৃষ্টি কৰা পৰিস্থিতি মোকাবিলাৰ উদ্দেশ্যে আজি কেন্দ্রই এখন সমিতি গঠন কৰে। অথচ ইতিমধ্যে দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাইৰ ২০ শতাংশ হোটেল-ৰেস্তোৰাঁৰ দুৱাৰ একমাত্র বন্ধন গেছৰ অভাৱৰ বাবে বন্ধ ৰাখিবলগীয়া হৈছে।

উল্লেখ্য যে মধ্যপ্রাচ্যৰ চলিত যুদ্ধৰ সূত্রপাত ঘটাৰ পাছতে ইৰানে হৰমুজ প্রণালী বন্ধ কৰি দিয়াত সম্প্রতি দেশৰ চৌদিশে ৰন্ধন গেছৰ তীব্র নাটনিয়ে দেখা দিছে। ইয়াৰ আগতীয়া ইংগিত পায়ো কেন্দ্ৰই ৰহস্যজনক কাৰণত সময়োচিত ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত থাকে। আনকি কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী হৰদ্বীপ সিং পুৰীয়ে দেশত পর্যাপ্ত ইন্ধন সামগ্রী মজুত আছে বুলিহে সৌ সিদিনালৈকে দেশবাসীক আশ্বস্ত কৰি থাকে।

এনে পৰিস্থিতিত একাংশই বন্ধন গেছৰ এই সংকটক আকস্মিক আখ্যাও দিছে। ইৰানে হৰমুজ প্রণালী বন্ধ কৰি দিয়াৰ ফলত ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ তেল-গেছবাহী অনেক জাহাজ আবদ্ধ হৈ আছে। আনহাতে, বন্ধন গেছৰ নাটনিয়ে দেশত সৃষ্টি কৰা এই জটিল পৰিস্থিতি আলোচনা কৰিবলৈ প্রধানমন্ত্রী মোদী, পেট্র’লিয়াম মন্ত্রী পুৰী আৰু বৈদেশিক মন্ত্রী ড° এছ জয়শংকৰৰ স’তে এক বৈঠকতো মিলিত হৈছে।

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, পৰিস্থিতি মোকাবিলাকৰণৰ উদ্দেশ্যে চৰকাৰে এক কৌশলগত পদক্ষেপ হাতত লৈছে। ইয়াৰ অংশৰূপে দেশৰ তৈল বিপণন প্রতিষ্ঠানসমূহৰ তিনিজন কার্যবাহী সঞ্চালকক লৈ কেন্দ্ৰই এখন সমিতি গঠন কৰিছে। এই তিনিজনীয়া সমিতিয়ে সমগ্র দেশৰ হোটেল, ৰেস্তোৰাঁ আৰু অন্যান্য উদ্যোগৰ আবেদন পৰীক্ষা কৰি প্রয়োজনীয়তাৰ গুৰুত্ব অনুসৰি বন্ধন গেছৰ যোগানৰ অনুমতি দিব।

শিল্প-উদ্যোগসমূহক ৰন্ধন গেছ যোগানত অগ্রাধিকাৰ দিয়াৰ পৰিৱর্তে প্রথমে ঘৰুৱা বন্ধন গেছ যোগানত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। অর্থাৎ গৃহস্থী ঘৰসমূহৰ বাবে বন্ধন গেছ যাতে নাটনি নহয়, তাৰ প্ৰতি চৰকাৰে প্রথম দৃষ্টি ৰাখিছে বুলি সূত্রই দাবী কৰিছে।

তদুপৰি পৰিস্থিতিৰ জটিলতালৈ লক্ষ্য কৰি মোদী চৰকাৰে দেশলৈ তেল-গেছ আমদানিৰ বিকল্প পথৰ অনুসন্ধানো আৰম্ভ কৰিছে বুলি সূত্রই সদৰী কৰিছে। ইতিমধ্যে দেশৰ তৈল প্রতিষ্ঠানসমূহৰ শীৰ্ষ বিষয়াবৰ্গ ৰাছিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, দক্ষিণ আমেৰিকা আৰু পশ্চিম আফ্রিকাৰ বিভিন্ন তৈল প্ৰতিষ্ঠানৰ স’তে আলোচনাত মিলিত হৈছে।

উল্লেখ্য যে দেশত প্রয়োজনীয় মুঠ ইন্ধন সামগ্ৰীৰ কমেও ৮৮ শতাংশ ভাৰতে বিদেশৰ পৰা আমদানি কৰে। আমদানিকৃত তেল-গেছৰ ৫০ শতাংশই দেশলৈ আহে হৰমুজ প্রণালীৰে। ইবান আৰু ওমানৰ মাজত অবস্থিত এই প্রণালীৰে ভাৰতে ইৰাক, ছৌদি আৰব, সংযুক্ত আৰব আমিবশ্বাহী, কুৱেইট আদি দেশৰ পৰা তেল-গেছৰ আমদানি কৰে। গতিকে ভাৰতে আমদানি কৰা তৰলীকৃত পেট্র’লিয়াম গেছ (এলপিজি) অর্থাৎ বন্ধন গেছৰ প্রায় ৬২ শতাংশ হৰমুজ প্রণালীৰে আহে।

যিহেতু শেহতীয়াভাৱে ইৰানে এই প্রণালী বন্ধ কৰি দিছে। গতিকে ভাৰতত একপ্ৰকাৰ অভূতপূৰ্ব ৰন্ধন গেছৰ নাটনিৰ সৃষ্টি হৈছে। আমদানিকৃত গেছৰ ৮৭ শতাংশ যোগান ধৰা হয় ঘৰুৱা ৰন্ধন গেছৰ গ্ৰাহকসকলক। আন ১৩ শতাংশ হোটেল-ৰেস্তোৰাঁ, শিল্প-উদ্যোগ আদিক যোগান ধৰা হয়।

সম্প্রতি দেশত দেখা দিয়া এই সংকট সৃষ্টি হৈছে ঘাইকৈ বাণিজ্যিক চিলিণ্ডাৰক লৈ। ফলত দেশৰ আতিথ্য খণ্ড তীব্র সংকটৰ সম্মুখীন হৈছে। এই পৰিস্থিতিক লৈ উদ্বেগ প্রকাশ কৰি আজি ভাৰতীয় হোটেল আৰু ৰেস্তোৰাঁ সংস্থাই কয় যে বাণিজ্যিক চিলিণ্ডাৰৰ যোগান নিয়মীয়া নহ’লে আতিথ্য খণ্ড জটিল সংকটৰ সম্মুখীন হ’ব।

এই ক্ষেত্রত হিন্দুস্তান পেট্র’লিয়াম নিগম লিমিটেডে পদক্ষেপ লোৱা বুলি দাবী কৰিছে। প্রতিষ্ঠানটোৱে ৰন্ধন গেছৰ বুকিঙৰ সময় পূৰ্বৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি কৰিছে। তদুপৰি ঘৰুৱা উৎপাদন বৃদ্ধিতো গুৰুত্ব দিয়া হৈছে বুলিও তৈল প্রতিষ্ঠানটোৱে দাবী কৰিছে।

ইপিনে, এনে সংকটৰ সময়তে ভাৰতে চুবুৰীয়া বাংলাদেশক পাঁচ হেজাৰ টন ডিজেল বিক্ৰী কৰাৰ তথ্য পোহৰলৈ আহিছে। দুয়ো দেশৰ মাজৰ এক বার্ষিক চুক্তিৰ আধাৰত ভাৰতে চুবুৰীয়া দেশখনক এই বৃহৎ পৰিমাণৰ ডিজেল যোগান ধৰিছে।

মুম্বাইত ৰন্ধন গেছৰ নাটনি: ৫০ শতাংশ হোটেল-ৰেস্তোৰাঁৰ দুৱাৰ বন্ধৰ আশংকা

চৰকাৰ শুই থকাত জটিল ৰূপ ধাৰণ কৰাত বন্ধন গেছৰ নাটনিৰ ফলত মুম্বাইত ২০ শতাংশ হোটেল-ৰেস্তোৰাঁৰ দুৱাৰ বন্ধ কৰিবলগীয়া হৈছে। একে পৰিস্থিতি অব্যাহত থাকিলে আগন্তুক দুদিনৰ ভিতৰত বাণিজ্যিক ৰাজধানীৰ ৫০ শতাংশ পর্যন্ত হোটেল-ৰেস্তোৰাঁ বন্ধ হোৱাৰ আশংকা প্রবল হৈছে।

এই আশংকা কৰি আজি মুম্বাইৰ হোটেল মালিকসকলৰ সংস্থা ‘আহাৰ’-এ এক বিবৃতিত কয়, ‘গেছৰ অভাৱত এতিয়ালৈ ২০ শতাংশ হোটেল-ৰেস্তোৰাঁ বন্ধ ৰাখিবলগীয়া হৈছে। একে পৰিস্থিতি অব্যাহত থাকিলে আগন্তুক দুদিনত মহানগৰৰ ৫০ শতাংশ হোটেল-ৰেস্তোৰাঁই বন্ধ ৰাখিবলগীয়া হ’ব।’ ইয়ে আতিথ্য খণ্ড তথা পর্যটন উদ্যোগক অধিক সংকটাপন্ন কৰিব বুলি সংস্থাটোৱে আশংকা কৰিছে।

বাংগালুৰুৰ সকলো হোটেল-ৰেস্তোৰাঁ বন্ধ ৰখাৰ নিৰ্দেশ

মুম্বাই সদৃশ সংকটৰ সন্মুখীন হৈছে বাংগালুৰুৰ হোটেল-ৰেস্তোৰাঁসমূহো। নিতৌ সম্প্ৰসাৰণ ঘটি থকা মহানগৰখনৰ হোটেল-ৰেস্তোৰাঁৰ মালিক সংস্থাই ৰন্ধন গেছৰ তীব্র সংকটৰ বাবে হোটেল-ৰেস্তোৰাঁসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে। সম্প্ৰতি সংস্থাটোৱে মহানগৰখনৰ হোটেল-ৰেস্তোৰাঁসমূহ বন্ধ ৰাখিবলৈ নির্দেশ জাৰি কৰে।

কেন্দ্ৰক সতৰ্ক কৰি পত্ৰ প্ৰেৰণ ৰাষ্ট্ৰীয় ৰেস্তোৰাঁ সংস্থাৰ

দেশত বন্ধন গেছৰ নাটনিয়ে সৃষ্টি কৰা জটিল পৰিস্থিতি মোকাবিলাৰ উদ্দেশ্যে পদক্ষেপ গ্রহণ কৰিবলৈ ৰাষ্ট্ৰীয় ৰেস্তোৰাঁ সংস্থা (এনআৰএ)ই কেন্দ্রীয় পেট্র’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রী পুৰীলৈ এক পত্র প্রেৰণ কৰিছে। এই পত্রত সংস্থাটোরে উদ্বেগ প্রকাশ কৰিছে যে অচিৰে পদক্ষেপ গ্রহণ নকৰিলে সমগ্র দেশৰ ৰেস্তোৰাঁ আৰু খাদ্য সেবা যোগান প্রতিষ্ঠানসমূহক মাধমাৰ শোধাব। এই প্রতিষ্ঠানসমূহত নিয়োজিত লাখ লাখ লোকৰ জীৱন জীৱিকা ক্ষতিগ্রস্ত হ’ব বুলি ৰেস্তোৰাঁ সংস্থাই চৰকাৰক সতৰ্ক কৰি দিছে।

অর্থাৎ ঘৰুৱা ৰন্ধন গেছৰ যোগান অব্যাহত থাকিলেও বাণিজ্যিক ক্ষেত্র তথা হোটেল-ৰেস্তোৰাঁসমূহ সংকটৰ পৰা মুক্তিৰ সম্ভাৱনাই দেখা দিয়া নাই। পত্রখনত আঙুলিয়াই দিয়া হৈছে যে মোদী চৰকাৰে অনা নতুন প্রাকৃতিক গেছ (যোগান নিয়ন্ত্রণ) নির্দেশ ২০২৬ৰ অধীনত সম্প্রতি কেন্দ্রই কেৱল ঘৰুৱা ৰন্ধন গেছ যোগানক অগ্রাধিকাৰ দিছে। ফলত হোটেল-ৰেস্তাৰাঁসমূহ বিভ্রান্ত হৈছে। পত্ৰখনত লগতে কোৱা হৈছে যে তেওঁলোকৰ সংস্থাৰ অধীনত সমগ্র দেশত পাঁচ লক্ষাধিক ৰেস্তোৰাঁ আছে। এই খণ্ডৰ বাৰ্ষিক আয় ৫.৭ লাখ কোটি টকাৰো অধিক।

ফলত এই খণ্ডত ৮০ লাখৰো অধিক লোক নিযুক্ত হৈ আছে। গতিকে কেন্দ্রক বাণিজ্যিক বন্ধন গেছৰ সংকট সৃষ্টিৰ বিষয়টো গুৰুত্ব সহকাৰে ল’বলৈ সংস্থাই আবেদন জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: LPG CYLINDER
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d