- ৰাজ্যৰ বিভিন্ন জিলাত ২২০ জন আৰক্ষীৰ শৰীৰত কৰ’না ভাইৰাছৰ উপস্থিতি পোৱা গৈছে ।
- আনহাতে এই ক্ষেত্ৰত প্ৰত্যেকজন অসম আৰক্ষীৰ কৰ্তৃপক্ষই সূচাৰূপে নিজৰ কাম সম্পূৰ্ণ কৰিছে।
- কৰ’না ভাইৰাছত হোৱা আৰক্ষীসকলকো চিনাক্ত কৰাৰ উপৰিও তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকসকলক চিনাক্ত কৰিছে আৰক্ষীৰ শীৰ্ষ কৰ্তৃপক্ষই।
- এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে লৈ বিশেষ তৎপৰতা । লগতে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰে অসম আৰক্ষীয়ে ৷
- সম্প্ৰতি ক’ভিড-১৯ পজিটিভ ওলাইছে ২২০ জন আৰক্ষীৰ শৰীৰত ৷
- ইয়াৰে ১৭১ জন ক’ভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন হৈ আছে ৷