আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এক বিশেষ পদক্ষেপ ৷ ৰাষ্ট্ৰপতি ট্ৰাম্পে মেধাৰ ভিত্তিত এক বৃহৎ ইমিগ্ৰেশ্যন চিষ্টেম আৰম্ভ কৰিব ৷ ইয়াৰ দ্বাৰা সৰুতেই আমেৰিকালৈ অহা লোকসকলে নাগৰিকত্ব লাভ কৰিব। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বৰাক অ’বামাই ২০১২ চনত ডেফৰ্ট একশ্যন ফৰ চাইল্ডহুড এৰাইভেল প’লিচী জাৰি হৈছিল ৷ এই পলিচী দ্বাৰা আমেৰিকাত থকা বিশেষকৈ ১৬ বছৰৰ তলৰ লোকসকলে নাগৰিকত্ব পোৱাৰ ক্ষেত্ৰত সুবিধা হ’ব ৷ অৱশ্যে এইসকল লোকে কোনো ধৰণৰ অপৰাধৰ লগত জৰিত হ’ব নালাগিব ৷
ADVERTISEMENT