কৰ’না ভাইৰাছৰ বাবে দিয়া তলাবন্ধৰ সুযোগত ৰাজ্যত বৃদ্ধি পাইছে মূল্যবৃদ্ধি ৷ সেয়েহে অসম চৰকাৰৰ খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ আৰু কামৰূপ মহানগৰ জিলাৰ উদ্যোগত লৈছে এক বিশেষ পদক্ষেপ ৷বিভাগটোৱে ১২৯ খন আমাৰ দোকান আৰু ১৬২ খন সুলভ মূল্য দোকানৰ জৰিয়তে দৰিদ্ৰ লোকসকলক সকাহ দিয়াৰ অৰ্থে ১৩ -১৭ তাৰিখলৈ প্ৰতি কিলোত ২৫ টকা মূল্যত আলু পিয়াঁজ যোগান ধৰিব ৷ উল্লেখযোগ্য যে সৰ্বসাধাৰণ ৰাইজে খুচুৰা বিক্ৰেতা বা গেলামালৰ দোকানৰ পৰা সৰ্বাধিক ৩০ টকা দৰত আলু পিয়াঁজ সংগ্ৰহ কৰিব পাৰিব ।
মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম চৰকাৰৰ খাদ্য অসামৰিক যোগান বিভাগৰ বিশেষ পদক্ষেপ
-
By publisher

- Categories: Uncategorized
- Tags: AssamCorona VirusGuwahati
Related Content
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত 'থাৰ'ৰ খুন্দাত প্রাণ গ'ল আঢ়ৈ বছৰীয়া কণমানি
By
publisher
April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
By
publisher
April 24, 2026
Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !
By
publisher
April 23, 2026
WB- Tamilnadu Election Polling:আজি পশ্চিমবংগ আৰু তামিলনাডু বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ
By
publisher
April 23, 2026
Heroin Seized in Noonmati: নুনমাটি আৰক্ষীৰ জালত হেৰ'ইন সৰবৰাহকাৰী
By
publisher
April 22, 2026
Nitin Gadkari:পেট্ৰ’ল-ইথানল মিশ্ৰণৰ পৰিৱৰ্তে সম্পূৰ্ণ ইথানললৈ লক্ষ্য নীতিন গাডকাৰীৰ
By
publisher
April 22, 2026