CBSEৰ দ্বাদশ শ্ৰেণীৰ আজি ঘোষণা কৰা চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত 96.4% নম্বৰৰে সুকণ্ঠী গায়িকা নাহিদ আফ্ৰিন উত্তীৰ্ণ হৈছে ৷ ইয়াৰ আগতে HSLC পৰীক্ষাত 91.5% উত্তীৰ্ণ হৈছিল নাহিদ আফ্ৰিন । তাই যে সংগীতৰ লগতে অধ্যয়নটো সমানে মনোনিৱেশ কৰিও এনে সফলতা অৰ্জন কৰিলে সেই বাতৰিটো নিশ্চয়কৈ শিক্ষাৰ্থী সকলৰ বাবে এক আদৰ্শ হ’ব বুলি সচেতন মহলে মন্তব্য কৰিছে ৷ নাহিদ আফ্ৰিনলৈ আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ।
অন্যনা নাহিদ আফ্ৰিন
-
By publisher
- Categories: Uncategorized
- Tags: AssamCBSE Exam 2020Nahid Afrin
Related Content
Assam Ministers on Republic Day:কোন মন্ত্ৰীয়ে ক'ত উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা
By
publisher
January 24, 2025
Panchayat Election: পঞ্চায়ত নিৰ্বাচনক লৈ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা
By
publisher
January 23, 2025
Advantage Assam2.0 Road Show In Seoul: ছিউলত এডভাণ্টেজ আছাম-২.০ৰ ৰোড শ্ব'ত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
By
publisher
January 20, 2025
বছৰৰ ১২ মাহেই মানাহ ৰাষ্ট্ৰীয় উদ্যান মুকলি ৰখাৰ প্ৰয়াসৰ কথা সদৰি ৰাজ্যৰ পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ।
By
publisher
January 19, 2025