Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

Arunachal Pradesh State Bjp President:অৰুণাচল প্ৰদেশ বিজেপিৰ নতুন সভাপতি হিচাপে কলিং ময়ঙৰ নাম ঘোষণা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ বাবে অৰুণাচলৰ প্রতিনিধি হিচাপে যালেম টাগা বুৰাং, টাগিন চিগা আৰু কামৰাং টেচিয়া নির্বাচিত

publisher by publisher
January 18, 2025
in Uncategorized
Reading Time: 2 mins read
0
Arunachal Pradesh State Bjp President:অৰুণাচল প্ৰদেশ বিজেপিৰ নতুন সভাপতি হিচাপে কলিং ময়ঙৰ নাম ঘোষণা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ
0
SHARES
3
VIEWS
ShareShareShareShare

RelatedPosts

Sarbananda Sonowal Election Rally in Moran:অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব, ইয়াত কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ দপদপনি সহ্য কৰা নহ’ব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

Sarbananda Sonowal Wall Painting in Dibrugarh:আজিৰে পৰা আৰম্ভ ৰাজ্যজুৰি বিজেপিৰ দেৱাল লিখন অভিযান

Amit Shah:পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰকত ৮৬০ জন শ্বহীদলৈ শ্ৰদ্ধাঞ্জলী গৃহমন্ত্ৰীৰ

Arunachal Pradesh State Bjp President:

কেন্দ্রীয় মন্ত্রী তথা বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক সর্বানন্দ সোণোৱালে শনিবাৰে অৰুণাচল প্ৰদেশত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন পৰ্বত উপস্থিত থাকি অৰুণাচল প্ৰদেশ বিজেপিৰ নতুন সভাপতি হিচাপে কলিং ময়ঙৰ নাম ঘোষণা কৰে।

ADVERTISEMENT

এগৰাকী নিষ্ঠাবান আৰু কর্মোদ্যমী কার্যকর্তা কলিং ময়ঙে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাৰ বলিষ্ঠ নেতৃত্বত অৰুণাচল প্ৰদেশত বিজেপিৰ সাংগঠনিক সশক্তিকৰণৰ দিশত উল্লেখযোগ্য অৰিহণা যোগাই যাব বুলি সোণোৱালে উল্লেখ কৰে আৰু এই বিশেষ উপলক্ষত তেখেতক আন্তৰিক অভিনন্দন তথা নতুন কার্যকালৰ বাবে শুভকামনা জ্ঞাপন কৰে।

তদুপৰি বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ বাবে অৰুণাচলৰ প্ৰতিনিধি হিচাপে য়ালেম টাগা বুৰাং, টাগিন চিগা আৰু কামৰাং টেচিয়াৰ নাম আজি ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰতৰ যাত্ৰাক নউদ্যমেৰে আগুৱাই নিয়াৰ ক্ষেত্রত তেওঁলোকে সাংগঠনিক কাম-কাজৰ ত্বৰান্বিতকৰণেৰে সবল ভূমিকা ল’ব লাগিব বুলি সোণোৱালে উল্লেখ কৰে। আজি কেন্দ্রীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্ডু, উপ-মুখ্যমন্ত্রী চৌনা মেই, অৰুণাচলৰ প্ৰভাৰী অশোক সিংহল প্রমুখ্যে অন্যান্য বিষয়ববীয়াসকল।

সোণোৱালে ভাষণ প্রসংগত কয়, বিগত ১০ বছৰত অৰুণাচল প্রদেশ তথা সমগ্ৰ উত্তৰ-পূব ভাৰতত আন্তঃগাঁথনিৰ অভূতপূর্ব বিকাশ হৈছে, বিগত ১০ বছৰত দিল্লী নিজেই উত্তৰ-পূৰ্বাঞ্চলৰ ওচৰ চাপি আহিছে। ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত সৰ্বস্তৰৰ জনসাধাৰণৰ বাবে সর্বাংগীণ বিকাশ, সম-মর্যাদা, সমৃদ্ধি, সমতা, সর্বত্র শান্তি, সংস্কাৰ, সমন্বয় সাধন কৰা মিত্রশক্তি হৈছে কেৱল ভাৰতীয় জনতা পার্টি আৰু মিত্রজোঁট। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত বিগত ১০ বছৰত এনডিএ চৰকাৰে সমগ্ৰ দেশতে উন্নয়নৰ এক নৱজাগৰণৰ সূচনা কৰিছে, যিটো পূৰ্বৰ চৰকাৰৰ শাসনকালত কেৱল সপোনহে আছিল।

আগৰ চৰকাৰৰ দিনত দশক দশক ধৰি অপশাসন, ভ্ৰষ্টাচাৰ, স্বজন-তোষণ, অবাধ দুৰ্নীতিৰ জৰিয়তে দেশক কোঙা কৰি পেলোৱা হৈছিল। পিছে বিজেপি নেতৃত্বাধীন এনডিএ-ৰ চৰকাৰে কেৱল ১০ বছৰৰ ভিতৰতে শক্তিশালী নীতি, শক্তিশালী দৃষ্টিভংগী, শক্তিশালী নেতা থকাৰ বাবেই ভাৰতৰ প্ৰতিচ্ছবি বিশ্বৰ বুকুত শক্তিশালী আৰু সমৃদ্ধিশালী কৰি তুলিলে।”

সোণোৱাল কয়, “সূর্য উঠা প্রদেশ অৰুণাচলত উন্নয়নৰ নতুন জাগৰণৰ এতিয়া সূচনা হৈছে আৰু সর্বত্রে শান্তি-সমন্বয় বিৰাজমান কৰিছে। পৰ্যটন, আন্তঃগাঁথনি, যাতায়াত-যোগাযোগ, সংস্কৃতিৰ প্ৰসাৰ আদি বিভিন্ন দিশত ৰাজ্যখনক ন ৰূপত জিলিকাই তোলা হৈছে। মোদী চৰকাৰৰ বলিষ্ঠ নেতৃত্বত সমগ্র ভাৰতৰ জনসাধাৰণে সামাজিক মর্যাদা লাভ কৰিছে। আমাৰ চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিৰ জৰিয়তে সুফল লাভ কৰিছে সৰ্বস্তৰৰ জনতাই আৰু ইয়াৰ জৰিয়তে সকলোৰে জীৱন ধাৰণৰ মান উন্নীত হৈছে।

বিজেপি চৰকাৰ নেতৃত্বত থাকিলে দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱচাম নিবনুৱা হৈ থাকিব নালাগে। মেধা আৰু যোগ্যতাৰ বলত সকলোৱে নিজৰ জীৱন সুন্দৰকৈ নিৰ্বাহ কৰিব পাৰিছে। এখন আত্মনিৰ্ভৰ, বিকশিত আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ মাধ্যম হিচাপে আমি জনসেৱাক আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে ১০ বছৰৰ কাৰ্যকালত উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। মোদীয়ে ‘সবকা সাথ, সবকা বিকাশ’ নীতিৰে পাহাৰ-ভৈয়ামৰ প্ৰতিটো জাতি- জনগোষ্ঠীক লগত লৈ সকলোৰে মৰ্যাদাৰ বাবে যি যাত্ৰা আৰম্ভ কৰিলে, সেই যাত্ৰা হৈছে সমন্বয়ৰ যাত্রা, ভাৰতবৰ্ষক শক্তিশালী কৰাৰ যাত্রা, সৰ্বস্তৰৰ নাগৰিকৰ সবলীকৰণৰ যাত্রা।

এই যাত্ৰাৰ সুবাদতে ভাৰতৰ প্ৰতিখন ৰাজ্যৰ জনসাধাৰণে আজি সম- বিকাশ লাভ কৰি সন্মান সহকাৰে জীয়াই থাকিবলৈ সক্ষম হৈছে। সামগ্রিকভাৱে ভাৰতে বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিৰ সন্মান বুটলিবলৈ সক্ষম হৈছে। ভাৰতীয় জনতা পার্টিয়ে উত্তৰ-পূব ভাৰতৰ বিকাশ আৰু সমৃদ্ধিৰ যাত্ৰাত ন ইতিহাস ৰচনা কৰিছে। বিগত ১০ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাংগীণ উন্নয়নৰ বাবে ৫ লাখ কোটি টকা বিনিয়োগ কৰা হৈছে। ৰাষ্ট্ৰ সৰ্বোপৰি ভাৱনাৰে ভাৰতীয় জনতা পার্টিয়ে বিশাল মন লৈ নিষ্ঠাৰে কাম কৰি আহিছে।

অৰুণাচল প্ৰদেশত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক কাম-কাজৰ অগ্রগতি অধিক শক্তিশালী কৰিবলৈ সক্রিয় ভূমিকা ল’বলৈ প্ৰতিগৰাকী কার্যকর্তাকে মই আন্তৰিক আহ্বান জনালোঁ। বিশ্বৰ তিনিটা বৃহৎ অৰ্থনীতিৰ ভিতৰত ভাৰতক অন্তৰ্ভুক্ত কৰাৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰৰ দৃঢ় লক্ষ্যত কাৰ্যকৰ্তাসকলেও সাৰ- পানী যোগাব লাগিব আৰু এই মহৎ বাৰ্তাৰে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত সমর্পিত সেৱা আগবঢ়াই যাবলৈ সকলোকে উদ্বুদ্ধ কৰিব লাগিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Arnachal Pjp PresidentKaling MoyangNew President AppointedUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

September 5, 2026
দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

তেজপুৰত শিক্ষয়িত্ৰীৰ ডিঙিৰ পৰা সোণৰ চেইন ছিঙি নিলে দুৰ্বৃত্তই
Uncategorized

September 4, 2026
স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ

শ্রীনগৰ বিমানবন্দৰত বিপত্তি, খুঁটাত খুন্দা ইণ্ডিগ’ৰ বিমানৰ
Uncategorized

শ্রীনগৰ বিমানবন্দৰত বিপত্তি, খুঁটাত খুন্দা ইণ্ডিগ’ৰ বিমানৰ

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d