CBSEৰ দ্বাদশ শ্ৰেণীৰ আজি ঘোষণা কৰা চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত 96.4% নম্বৰৰে সুকণ্ঠী গায়িকা নাহিদ আফ্ৰিন উত্তীৰ্ণ হৈছে ৷ ইয়াৰ আগতে HSLC পৰীক্ষাত 91.5% উত্তীৰ্ণ হৈছিল নাহিদ আফ্ৰিন । তাই যে সংগীতৰ লগতে অধ্যয়নটো সমানে মনোনিৱেশ কৰিও এনে সফলতা অৰ্জন কৰিলে সেই বাতৰিটো নিশ্চয়কৈ শিক্ষাৰ্থী সকলৰ বাবে এক আদৰ্শ হ’ব বুলি সচেতন মহলে মন্তব্য কৰিছে ৷ নাহিদ আফ্ৰিনলৈ আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ।
অন্যনা নাহিদ আফ্ৰিন
-
By publisher

- Categories: Uncategorized
- Tags: AssamCBSE Exam 2020Nahid Afrin
Related Content
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত 'থাৰ'ৰ খুন্দাত প্রাণ গ'ল আঢ়ৈ বছৰীয়া কণমানি
By
publisher
April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
By
publisher
April 24, 2026
Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !
By
publisher
April 23, 2026
WB- Tamilnadu Election Polling:আজি পশ্চিমবংগ আৰু তামিলনাডু বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ
By
publisher
April 23, 2026
Heroin Seized in Noonmati: নুনমাটি আৰক্ষীৰ জালত হেৰ'ইন সৰবৰাহকাৰী
By
publisher
April 22, 2026
Nitin Gadkari:পেট্ৰ’ল-ইথানল মিশ্ৰণৰ পৰিৱৰ্তে সম্পূৰ্ণ ইথানললৈ লক্ষ্য নীতিন গাডকাৰীৰ
By
publisher
April 22, 2026