গৌৰৱঃ দেশৰ একমাত্ৰ কাজিৰঙাত আছে সোনালী বাঘ

golden tiger

এশিঙিয়া গড়ৰ বাবে বিখ্যাত অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা গৈছে গ’ল্ডেন টাইগাৰ অৰ্থাৎ সোনালী বান্দৰৰ ৷এই খবৰে সম্প্ৰতি প্ৰকৃতি প্ৰেমীসকলক উৎসাহিত কৰিছে ৷উল্লেখযোগ্য যে মুখৰ লগতে দেহৰ সোণৰ দৰে এই বাঘবিঘ দেশৰ কোনো এখন বনাঞ্চলতে নাই ।

বিশ্বজুৰি ক’ভিড ১৯ ৰ ভয়াৱহতাৰ মাজতে আমাৰ গতানুগতিক জীৱনতো তাৰ প্ৰভাৱ পৰিছে ৷ কৰ্মক্ষেত্ৰত নিজক প্ৰতিষ্ঠিত হ’বলৈ গৈ আমি আমাৰ চাৰিওফালৰ পৰিবেশৰ সৌন্দৰ্যক উপভোগ কৰিবলৈ আমাৰ সময় নাই ৷কিন্তু ক’ভিড১৯য়ে আমাক পৰিবেশৰ লগত পুনৰবাৰ একত্ৰিত হ’বলৈ সুযোগ প্ৰদান কৰিলে ৷

সেয়েহে হয়তো অসমবাসীয়ে তলাবন্ধৰ সময়তে প্ৰত্যক্ষ কৰিলে সোনালী বাঘটো। “টাবী টাইগাৰ” বা “ষ্ট্ৰ’বেৰী টাইগাৰ” বুলিও জনাজাত এই বাঘটো পোৱা গৈছে অসমৰ কাজিৰঙাত। আনহাতে আই এফ এছ বিষয়া Parveen Kaswan য়ে ইতিমধ্যে নিজৰ টুইটাৰত এই সোনালী বাঘটোৰ সন্দৰ্ভত সদৰী কৰিছে ৷

Exit mobile version