- আজি ঘোষণা কৰা হ’ল চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ৷
- পৰীক্ষাসকলে ফলাফল লাভ কৰিব cbseresults.nic.in ত ৷
- যিসকল ছাত্ৰ ছাত্ৰী ইন্টাৰনেট সুবিধাৰ পৰা বঞ্চিত তেওঁলোকে ফলাফল ০১১-২৪৩০০৬৯৯ ফোন নম্বৰত ফোন কৰি জানিব পাৰিব ৷
- দেশত কৰ’না ভাইৰাছৰ ৰোগীৰ সংখ্যা বৃদ্ধিলৈ লক্ষ্য কৰি চিবিএচই দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফল বাতিল কৰা হৈছিল।
- উল্লেখযোগ্য যে এইবাৰ চি বি এছ ই দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে ১২,০৬৮৯৩’জন ছাত্ৰছাত্ৰী ৷
- ইয়াৰে ৫,২২,৮৯ গৰাকী ছাত্ৰী আৰু ৬,৮৪,০৬৮ জন ছাত্ৰ ৷
চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা
