Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দহ বছৰেও কাৰ্যক্ষম নহল দহ কোটি টকীয়া বৃহত্তৰ বোকাজান নগৰৰ পানী যোগান আঁচনি

publisher by publisher
July 14, 2020
in Assam, News
Reading Time: 1 min read
0
দহ বছৰেও কাৰ্যক্ষম নহল দহ কোটি টকীয়া বৃহত্তৰ বোকাজান নগৰৰ পানী যোগান আঁচনি
0
SHARES
2
VIEWS
ShareShareShareShare

কাৰ্বি আংলং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মইমতালি আৰু অভিযন্তা, ঠিকাদাৰৰ দূৰ্নীতিৰ ফলত দহোটাকৈ বছৰ পাৰ হোৱাৰ পাছতো কাৰ্যক্ষম হৈ নুঠিল বৃহত্তৰ বোকাজান নগৰ পানী যোগানৰ দহ কোটি টকীয়া আঁচনি ৷ উত্তৰ-পূৱ উন্নয়ন মন্ত্ৰণালয়ৰ ২০০৮-০৯ চনৰ এন.এল.চি.পি.আৰৰ অধীনৰ আঁচনিৰ দ্বাৰা নিৰ্মিত পানী যোগান আঁচনিখন সম্প্ৰতি বগাহাতীত পৰিণত হোৱা পৰিলক্ষিত হৈছে ৷ এই আঁচনি খনৰ উদ্দেশ্য আছিল নগৰৰ প্ৰতিঘৰ আবাসীকে বিশুদ্ধ খোৱা পানী যোগান ধৰা ৷

ADVERTISEMENT

২০০৯-১০ চনতে নিবিদাৰ জৰিয়তে কাম লাভ কৰা ঠিকাদাৰে বোকাজান ব্লক খেলপথাৰৰ সমীপত নিৰ্মাণ কাৰ্য আৰম্ভ কৰি বৃহৎ ৰিজাৰ্ভৰ আৰু ১৩৯ মিটাৰ গভীৰ নলীনাদৰ কাম সম্পূৰ্ণ কৰিলে যদিও নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ দিন ধৰি অব্যৱহৃত ভাৱেই পৰি থাকিল সকলো যন্ত্ৰাংশ ৷ ক্ৰমাৎ জৰাজীৰ্ণ হৈ পৰা পানী যোগান আঁচনি কাৰ্যক্ষম নোহোৱাত স্থানীয় ৰাইজ আৰু বিভিন্ন দল সংগঠনে মুকলি ভাৱে ক্ষোভ প্ৰকাশ কৰাৰ ফলতেই কে’বা বছৰৰ পিছত বিগত ২০১৯ চনৰ ৬ জুলাই তাৰিখে অসম চৰকাৰৰ যুটীয়া সচিৱ দুলাল পেগুৰ নেতৃত্বত এটি পাঁচ জনীয়া দলে উক্ত পানী যোগান আঁচনিখন পৰিদৰ্শন কৰে ৷

RelatedPosts

কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

এই দলটোৰ লগত বোকাজান বিধান সভা সমষ্টিৰ বিধায়ক ডাঃ নোমল মমিন আৰু কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ কে’বাজনো কাৰ্যবাহী সদস্যইও সংগ প্ৰদান কৰিছিল ৷ কিন্ত তাৎপৰ্যৰ বিষয় যে সমগ্ৰ নগৰখনতে পানী যোগান ধৰিব লগীয়া আঁচনিখনত পৰিদৰ্শনৰ খবৰ পাই জনস্বাস্থ্য কাৰিকৰী বিভাগে দুটা দিনৰ ভিতৰত নগৰৰ প্ৰায় দুই কি:মি পথত নলা বহুৱাই আঁচনিখনৰ সক্ৰিয়তাক প্ৰমাণ কৰিবলৈ মিথ্যাচাৰৰ আশ্ৰয় লয় ৷ পৰিদৰ্শন কমিটিৰ আগত আঁচনি খনৰ দায়িত্বত থকা কাৰ্বি আংলং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা গৰাকীয়ে ব্যক্ত কৰে যে কম সময়ৰ ভিতৰত প্ৰতিঘৰ আবাসীয়ে পানী পাবলৈ সক্ষম হব ৷

আনকি একো একোটা অঞ্চল লৈ এখন সমিতি গঠন কৰি সেই সমিতিৰ অধীনত থকা প্ৰতিঘৰ আবাসীৰ পৰা নূ্ন্যতম দহ টকাৰ বিনিময়ত তেওঁলোকে পানী যোগান ধৰিব বুলিও পৰিদৰ্শন কমিটিক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছিল ৷ বিভাগীয় চল চাতুৰিত পৰিদৰ্শন কমিটি ঘূৰি গল কিন্ত আজিও নগৰৰ আবাসী সকলৰ ঘৰত বিশুদ্ধ পানীৰ সংযোগ নহ’ল, তাৰ বিপৰীতে বৰ্তমান প্ৰকট হৈ পৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা সংঘটিত দূৰ্নীতিত ৰাজহুৱা ধনৰ ব্যাপক অপব্যৱহাৰ ৷

পৰিদৰ্শন কমিটি অহাৰ পূৰ্বে খৰতকীয়াকৈ বিভাগে নগৰখনৰ প্ৰায় দুই কি:মি: পথত যি নলা বহুৱাইছিল বৰ্তমান সেইবোৰ পুনৰ লৈ যাবলগীয়া হৈছে বিভাগটোৱে, কাৰণ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কাম চলি থকাত মাথো এফুট তলত পুতি থোৱা নলা সমূহ সম্পূৰ্ণৰূপে বাহিৰলৈ ওলাই অহাত উপায়ন্তৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে তৎপৰতাৰে জনচক্ষুৰ পৰা আঁতৰাই নিছে ৷

আনকি জেচিবিৰ হাতোৰাত বহু ঠাইত এই নলাবোৰ টুকুৰা টুকুৰকৈ ভাঙি যোৱাও পৰিলক্ষিত হৈছে ৷ ৰাজহুৱা ধনৰ এনে অপচয় আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মিথ্যাবাদী ভূমিকাত অসন্তুষ্ট নগৰবাসীয়ে অতি সোনকালে আঁচনি খনত সংঘটিত দূৰ্নীতিৰ তদন্ত বিচৰাৰ লগতে শীঘ্ৰে কাৰ্যক্ষম কৰি তুলিবলৈ মত ব্যক্ত কৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamKARBI ANGLONG
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d