কাজিৰঙাৰ ৰাইজিং ছান স্কুল, কঁহৰাত স্থাপন কৰা এটা বান সাহায্য শিবিৰ আজি পুৱা পৰিদৰ্শন কৰি বানাক্ৰান্তসকলৰ অৱস্থাৰ বুজ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । এই প্ৰতিকূল সময়ত বন্যাৰ্তসকলৰ লগতে জীৱ-জন্তুৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰে সকলোধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰীজনে দুহাৰে। ইয়াৰ উপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বৰজুৰি গাঁওস্থিত ‘বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ’ত সতীৰ্থ মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ স’তে উপস্থিত হৈ সামগ্ৰিক বান পৰিস্থিতি আৰু জীৱ-জন্তুৰ শেহতীয়া অৱস্থাৰ বুজ লয়।
বানাক্ৰান্তসকলৰ অৱস্থাৰ বুজ ল’বলৈ কাজিৰঙাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
-
By publisher

Related Content
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
By
publisher
April 25, 2026
Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ৩ বাইক আৰোহীৰ
By
publisher
April 25, 2026
বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস
By
publisher
April 25, 2026
Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু
By
Editor
April 25, 2026
Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ'ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি
By
publisher
April 25, 2026
অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ'ব সামাজিক মাধ্যম
By
publisher
April 25, 2026