মহানগৰীৰ উজান বজাৰত সংঘটিত হৈছে দিন দুপৰতে এক ডকাইতি কাণ্ড । এখন ফাৰ্মাচিত চোকা অস্ত্ৰ দেখুৱাই দুৰ্বৃত্তই লুটিলে নগদ ধন । ইতিমধ্যে সমগ্ৰ দৃশ্য বন্দী হৈছে ফাৰ্মাচি খনৰ চি চি টি ভি কেমেৰাত।ইতিমধ্যে ফাৰ্মাচিখনৰ স্বত্বাধিকাৰীয়ে লতাশিল থানাত গোচৰ ৰুজু কৰিছে । লগে লগে লতাশিল থানাৰ আৰক্ষীয়ে অভিযান চলাই দুৰ্বৃত্তটোক গ্ৰেপ্তাৰ কৰে । আৰক্ষীৰ তদন্তত পিংকু ওৰফে পাপু নামৰ দুৰ্বৃত্তটো ড্ৰাগচ আসক্ত বুলি জনা গৈছে ।
মহানগৰীত দিন দুপৰতে ডকাইতি কাণ্ড
-
By publisher
Related Content
Heavy Storm in Barhampur:নগাঁৱৰ বঢ়মপুৰত প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ
By
publisher
May 9, 2024
Heroin Seize In Khanapara:মহানগৰীৰ খানাপাৰাত এছটিএফৰ অভিযানত হে'ৰইন সহ সৰবৰাহকাৰী আটক
By
publisher
May 9, 2024
Bhabesh Kalita Pressmeet:ৰাজ্য চৰকাৰৰ তিনিবছৰীয়া বিকাশমুখী যাত্ৰালৈ অভিনন্দন ৰাজ্যিক বিজেপিৰ
By
publisher
May 9, 2024
App Protest :মহানগৰীত ঔষধৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ
By
publisher
May 9, 2024
Large Quantity Of Foreign Liquor Seized in Nagaon:নগাঁৱত জব্দ বুজন পৰিমাণৰ বিলাতী সুৰা
By
publisher
May 9, 2024