APSC 2023 Preliminary Examination Results Announced:
২০২৩ বৰ্ষৰ এপিএছচিৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা ৷
ADVERTISEMENT
২৩৫ টা পদৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা ৷
যোগ্যতা অৰ্জন ২৮৯৮ গৰাকী পৰীক্ষাৰ্থীৰ ৷
ইয়াৰে ১৯৭১ জন পুৰুষ আৰু ৭১৯ গৰাকী মহিলা ৷
১০৭ গৰাকী বিশেষভাবে সক্ষম, ১০২ গৰাকী প্ৰাক্তন সৈনিক ৷
আবেদন কৰিছিল ৬৭২৫১ গৰাকী পৰীক্ষাৰ্থীয়ে ৷
জুলাইত অনুষ্ঠিত হ’ব এপিএছচিৰ মূল পৰীক্ষা ৷