মহানগৰীৰ উজান বজাৰত সংঘটিত হৈছে দিন দুপৰতে এক ডকাইতি কাণ্ড । এখন ফাৰ্মাচিত চোকা অস্ত্ৰ দেখুৱাই দুৰ্বৃত্তই লুটিলে নগদ ধন । ইতিমধ্যে সমগ্ৰ দৃশ্য বন্দী হৈছে ফাৰ্মাচি খনৰ চি চি টি ভি কেমেৰাত।ইতিমধ্যে ফাৰ্মাচিখনৰ স্বত্বাধিকাৰীয়ে লতাশিল থানাত গোচৰ ৰুজু কৰিছে । লগে লগে লতাশিল থানাৰ আৰক্ষীয়ে অভিযান চলাই দুৰ্বৃত্তটোক গ্ৰেপ্তাৰ কৰে । আৰক্ষীৰ তদন্তত পিংকু ওৰফে পাপু নামৰ দুৰ্বৃত্তটো ড্ৰাগচ আসক্ত বুলি জনা গৈছে ।
মহানগৰীত দিন দুপৰতে ডকাইতি কাণ্ড
-
By publisher
Related Content
Guwahati Jyoti Nagar Incident:মহানগৰীৰ ৰাজপথত কুলাংগাৰ পুত্ৰৰ অমানৱীয় কাণ্ড !
By
publisher
May 9, 2024
HS Result Announced:উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা
By
publisher
May 9, 2024
IAS Officer Barnali Deka:পুনৰ বিতৰ্কত আই এ এছ বিষয়া বৰ্ণালী ডেকা !
By
publisher
May 8, 2024
BRO:বি.আৰ.অ.ৰ ৬৫ তম প্ৰতিষ্ঠা দিৱস উদযাপন
By
publisher
May 8, 2024
Aranyak - DSWF:আৰণ্যক-ডিএছডব্লিউএফৰ উদ্যোগত ৪০০ ৰো অধিক শিক্ষাৰ্থীক গঁড় সংৰক্ষণৰ শিক্ষা প্ৰদান
By
publisher
May 8, 2024