Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Aranyak – DSWF:আৰণ্যক-ডিএছডব্লিউএফৰ উদ্যোগত ৪০০ ৰো অধিক শিক্ষাৰ্থীক গঁড় সংৰক্ষণৰ শিক্ষা প্ৰদান

publisher by publisher
May 8, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Aranyak – DSWF:আৰণ্যক-ডিএছডব্লিউএফৰ উদ্যোগত ৪০০ ৰো অধিক শিক্ষাৰ্থীক গঁড় সংৰক্ষণৰ শিক্ষা প্ৰদান
2
SHARES
20
VIEWS
ShareShareShareShare

Aranyak – DSWF:

গঁড় সংৰক্ষণৰ বাবে সজাগতা বৃদ্ধিৰ অংশহিচাপে অসমৰ গঁড় থকা দুটা অঞ্চলৰ সমীপত অৱস্থিত তিনিখন বিদ্যালয়ত আৰণ্যকৰ “গঁড় বিদ্যালয়লৈ যায়”শীৰ্ষক অভিযানৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীত বিদ্যালয় কেইখনৰ চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

ADVERTISEMENT

aranyak 2ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰাধিকৰণৰ সহযোগত ওৰাঙৰ চেঙেলিমৰাৰ লুইত জাতীয় বিদ্যালয়ত আয়োজন কৰা এটা অনুষ্ঠানত ২৫০ ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

RelatedPosts

Orang National Park:বৃহস্পতিবাৰৰ পৰা বন্ধ হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ

Bongaigaon:বঙাইগাঁও অসম আৰক্ষী সন্মিলন কেন্দ্ৰত জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ উদ্যোগত ভূমিকম্প বিপদাশংকা প্ৰশমনৰ ওপৰত সজাগতা কৰ্মশালা অনুষ্ঠিত

Mangaldai:ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অঘটন , বাঘে থপিয়াই নিয়ে এজন গৃহৰক্ষী জোৱানক 

সজাগতা অভিযানৰ অংশ হিচাপে ছাত্ৰ-ছাত্ৰীসকলক গঁড়ৰ বিভিন্ন দিশ, এই প্ৰাণীটোৰ বৈশিষ্ট্যসমূহ আৰু বাসস্থানৰ লগতে পৰিৱেশ তন্ত্ৰ আৰু আমাৰ মংগলৰ বাবে ইহঁতে লোৱা ভূমিকা সম্পৰ্কে শিক্ষা দিয়া হয়।

aranyak 1 1এই বিষয় সম্পৰ্কীয় দৃশ্যগত উপস্থাপন, আমাৰ ৰাজ্যিক প্ৰাণী এশিঙীয়া গঁড়ৰ বিষয়ে মত-বিনিময় আৰু স্থানীয় উদ্ভিদ আৰু প্ৰাণীকূলৰ বিষযে আলোচনাৰ সৈতে সংগতি ৰাখি এক আকৰ্ষণীয় মুকলি কুইজ প্ৰতিযোগিতাও আয়োজন কৰা হয় ।

এই অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰধান শিক্ষক বাবুল ইছলাম, ফটাশিমলু ব্লক ইডিচিৰ সভাপতি বাহাৰুল ইছলাম, ফটাশিমলু এনচি, ইডিচিৰ সভাপতি আবুল কালাম, স্থানীয় সংৰক্ষণকৰ্মী খাইৰুল বছিৰ আৰু আৰণ্যকৰ সদস্য বাবুকান্ত ডাউ আৰু বিপুল গঞ্জুও উপস্থিত থাকে।

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কতৃপক্ষৰ সহযোগত আৰণ্যকে ওৰাঙৰ ৰৌমাৰী বিদ্যাসাগৰ জাতীয় বিদ্যালয়ত ১২০ ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে দ্বিতীয়টো এনে সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰে।

এনেধৰণৰ আন এটা সজাগতা অনুষ্ঠান গোলাঘাট জিলাৰ বাংকুৱালৰ মেডকগাঁও এম ই স্কুলত অনুষ্ঠিত কৰা হয় । ৫০ ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত আৰণ্যকৰ সদস্য বাবুকান্ত ডাউ আৰু আকাশ মৰাঙো উপস্থিত থাকে।

aryank 4ইংলণ্ডস্থিত ডেভিদ শ্বেফাৰ্ড ৱাইল্ডলাইফ ফাউণ্ডেশ্যনৰ সহায়ত অনুষ্ঠিত হোৱা এই কাৰ্যসূচী লানিত আৰণ্যকৰ গঁড় গৱেষণা আৰু সংৰক্ষণ বিভাগৰ পৰিচালক আৰিফ হুছেইনে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে।

গঁড়ৰ থকা স্থানৰ সমীপৱৰ্তী অঞ্চলত বাস কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সংৰক্ষণৰ বিষয়ত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এই অভিলাষী অভিযান আৰম্ভ কৰা হৈছে। ইয়াৰ লগতে এই সজাগতাৰ অনুষ্ঠানৰ জৰিয়তে বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে বন্যপ্ৰাণীক জীয়াই ৰখা আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা বজাই ৰখাত নাগৰিকৰ ভূমিকাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Aranyak - DSWFAwarness WorkshopLuit Jatiya VidalayaOrang National Park
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d