মহানগৰীত দিন দুপৰতে ডকাইতি কাণ্ড

armed robber in mask 764962

মহানগৰীৰ উজান বজাৰত সংঘটিত হৈছে দিন দুপৰতে এক ডকাইতি কাণ্ড । এখন ফাৰ্মাচিত চোকা অস্ত্ৰ দেখুৱাই দুৰ্বৃত্তই লুটিলে নগদ ধন । ইতিমধ্যে সমগ্ৰ দৃশ্য বন্দী হৈছে ফাৰ্মাচি খনৰ চি চি টি ভি কেমেৰাত।ইতিমধ্যে ফাৰ্মাচিখনৰ স্বত্বাধিকাৰীয়ে লতাশিল থানাত গোচৰ ৰুজু কৰিছে । লগে লগে লতাশিল থানাৰ আৰক্ষীয়ে অভিযান চলাই দুৰ্বৃত্তটোক গ্ৰেপ্তাৰ কৰে । আৰক্ষীৰ তদন্তত পিংকু ওৰফে পাপু নামৰ দুৰ্বৃত্তটো ড্ৰাগচ আসক্ত বুলি জনা গৈছে ।

Exit mobile version