Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dibrugarh Erosion:ডিব্ৰুগড়ত বৰলুইতৰ গৰাখহনীয়াই পুনৰ সৃষ্টি কৰিছে আতংকৰ

হঠাৎ সৃষ্টি হোৱা ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াই ৰুদ্রমূর্তি ধাৰণক লৈ আতংকিত মোহনাঘাট অঞ্চলবাসীক

publisher by publisher
April 26, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Dibrugarh Erosion:ডিব্ৰুগড়ত বৰলুইতৰ গৰাখহনীয়াই পুনৰ সৃষ্টি কৰিছে আতংকৰ
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

১৫ সহস্রাধিক আয়তীৰ বিয়ানাম গাই আমেৰিকান বুক অৱ ৰেকৰ্ডছত স্থান লাভ

AJP Pressmeet in Dibrugarh:নিৰ্বাচন খেলাৰ দৰে লগা নাই হিমন্ত বিশ্ব শৰ্মাৰ এটা বাহিনীয়ে নিৰ্বাচন খেলাৰ দৰে লাগিছে: চিত্তৰঞ্জন বসুমতাৰী

Dibrugarh Erosion :

ডিব্ৰুগড়ত পুনৰ আতংকৰ সৃষ্টি কৰিছে বৰলুইতৰ গৰাখহনীয়াই। হঠাৎ সৃষ্টি হোৱা ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াই ৰুদ্রমূর্তি ধাৰণ কৰাত আতংকিত কৰিছে সমগ্র মোহনাঘাট অঞ্চলক। ডিব্ৰুগড় চহৰৰ সমীপৱৰ্তী মোহনাঘাটত হোৱা বৰলুইতৰ প্ৰৱল গৰাখহনীয়াৰ ফলত ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰলৈয়ো তীব্র ভাবুকি নামি আহিছে।

ADVERTISEMENT

ইফালে, ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ফলত চকুৰ সন্মুখতে জাহ গৈছে ইটোৰ পাছত সিটো বাসগৃহ। ইতিমধ্যে খহনীয়া প্ৰতিৰোধৰ বাবে স্থাপন কৰা বাঁহৰ স্পাৰো উটুৱাই নিলে বৰলুইতৰ প্রৱল খহনীয়াই। কে’বাটাও ঘৰৰ সা-সামগ্রী উটি গ’ল ব্ৰহ্মপুত্ৰৰ বুকুত।

এই ভয়াৱহ খহনীয়াক লৈ হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে সমগ্র অঞ্চলটোক। আনহাতে, খহনীয়াৰ ফলত ডিব্ৰুগড় সুৰক্ষা বান্ধ স্পর্শ কৰিলে ব্রহ্মহ্মপুত্রই। জলসম্পদ বিভাগে জিঅ’বেগ আৰু পকী পাকুপাইন, বাঁহৰ পাকুপাইনৰ জৰিয়তে খহনীয়া ৰোধ কৰিবলৈ চেষ্টা কৰিছিল যদিও সকলো ফুটুকাৰ ফেনলৈ পৰিণত হ’ল।

ইতিমধ্যে সকলো খহনীয়াত জাহ গ’ল বৰলুইতত। খহনীয়া প্রতিৰোধৰ ক্ষেত্রত বিশেষ সফল হোৱা নাই জলসম্পদ বিভাগ। জলসম্পদ বিভাগৰ খহনীয়া ৰোধৰ নামত ভেঁকোভাওনাৰ অভিযোগ উত্থাপন কৰিছে। ইটা জপা দি জিঅ’বেগ জাপি ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া প্ৰতিৰোধ কৰিব বিচাৰে যদিও বিজ্ঞানসন্মতভাৱে প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে আজি পর্যন্ত।

তাৰ বাবে ডিব্ৰুগড় চহৰবাসীয়ে বিনিদ্র ৰজনী কটাব লগা হয়। ইফালে, মোহনাঘাটৰ এই স্থানতে ইতিপূর্বে বিগত বছৰত ভয়ংকৰ খহনীয়াৰ সৃষ্টি হৈছিল। তদুপৰি মোহনাঘাটৰ লগতে চহৰখনৰ সুৰক্ষা বান্ধৰ কাষত কয়লা ঘাট, পাঁচআলি, মালিপট্টি, কছাৰীঘাট, তিনিকোণীয়া, মাইজান আদিত ভয়াৱহ খহনীয়াৰ সৃষ্টি হৈছিল। ইয়াৰ পাছতো বিশেষ পদক্ষেপ গ্রহণ কৰাত ব্যর্থ হোৱাৰ বাবে বাৰিষাৰ পূৰ্বে পুনৰ আতংকৰ সৃষ্টি হৈছে ডিব্ৰুগড় চহৰত।

ইফালে, এনেদৰে খহনীয়া অব্যাহত থাকিলে ঐতিহাসিক ডিব্ৰুগড় চহৰলৈ স্বাভাৱিকতে প্রত্যাহ্বান নামি আহিব। উল্লেখ্য যে মোহনাঘাটত হৈ থকা ভয়াৱহ গৰাখহনীয়াৰ বাবে বালি আৰু পলস খননত নিষেধাজ্ঞা জাৰি কৰিছে ডিব্ৰুগড় জিলা প্রশাসনে।

বৰলুইতৰ বুকুত বালি-পলস খননত ১৪৪ ধাৰা জাৰি কৰিছে জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে। ডিব্ৰুগড় জিলা আযুক্তই আজি এক নিৰ্দেশনাৰ জৰিয়তে ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত ১৪৪ ধাৰা জাৰি কৰিছে। বালি-পলস খননৰ ফলত সৃষ্টি হ’ব পৰা গৰাখহনীয়াৰ বাবে ডিটিপি ডাইক আৰু আইথান ডাইকত প্ৰভাৱ পৰাৰ আশংকা প্রকাশ কৰিছে।
আনহাতে, এই আইন উলংঘা কৰি কোনো ব্যক্তিয়ে বৰলুইতৰ বুকুৰ পৰা বালি-পলস খনন চলালে আইনী ব্যৱস্থা গ্ৰহণ কৰিব ডিব্ৰুগড় জিলা দণ্ডাধীশে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BarhmaputraDIBRUGARHErosion
publisher

publisher

Related Posts

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই
Entertainment

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

September 28, 2026
চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি
India

চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

September 28, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক
Assam

CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

September 28, 2026
নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য
Assam

নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

September 28, 2026
লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক
Assam

লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d