Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

    Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

    ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

    Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

চিৰাঙত আই নদীৰ ভয়াবহ বান আৰু গৰাখহনীয়াত নিশ্চিহ্ন গাঁও

publisher by publisher
July 26, 2020
in Assam, Flood, News
Reading Time: 1 min read
0
চিৰাঙত আই নদীৰ ভয়াবহ বান আৰু গৰাখহনীয়াত নিশ্চিহ্ন গাঁও
11
SHARES
114
VIEWS
ShareShareShareShare

নিজৰ গাঁও ৰক্ষাৰ বাবে নদীৰ গতি সলনিৰ চেষ্টা ৰাইজৰ

ADVERTISEMENT

চিৰাঙৰ বানপানী আৰু গৰাখহনীয়াৰ পৰিস্থিতিৰ বুজ ল’বলৈ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, জলসম্পদ মন্ত্ৰী আহিল কিন্তু বাস্তৱত একো নহ’ল । নদীৰ বানপানী আৰু গৰাখহনীয়া পূৰ্বৰ দৰেই থাকিল । চৰকাৰে নকৰিলে কোনো ব্যৱস্থা । উপায়ান্তৰ ৰাইজ দলে বলে ওলাই আহিল নিজৰ গাঁও নিজেই আই নদীৰ বান পানী আৰু গৰাখহনীয়াৰ পৰা ৰক্ষাৰ বাবে । প্ৰথমে ৰাইজে সমূহীয়া ভাৱে প্ৰাৰ্থনা কৰিলে নদীৰ পাৰত যাতে চৰকাৰে ৰখা নকৰিলেও ভগৱানে নৈৰ বানপানী আৰু গৰাখহনীয়াৰ পৰা ৰক্ষা কৰে। ৰাজ্যচৰকাৰে কোটি টকা খৰচ কৰি উদযাপন কৰা দৈজিং উৎসৱ উদযাপন স্থলীৰ পৰা মাত্ৰ এক কিলোমিটাৰ পূৱফালে অৱস্থিত এই ঠাই । আই নদীৰ বানপানী আৰু গৰাখহনীয়াত সম্পুৰ্ণৰূপে ধ্বংশ হোৱা ছোটো আমগুৰীত হেজাৰোধিক লোক ওলাই আহিল আই নদীৰ বানপানী আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ।

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

Yaba tablets seized in bijni:বিজনী আৰক্ষীৰ অভিযানত য়াবা টেবলেট সহ সৰবৰাহকাৰী আটক

এই ঠাইৰ আই নদীৰ বান্ধ ভঙাৰ ফলত ছোটো আমগুৰী, ওদালগুৰী(এক,দুই,তিনিখণ্ড), দাউখানগৰ, ছৌৰাবাৰী(এক আৰু দুই খণ্ড) সন্যাসীবাৰী আদি ব্যাপকভাৱে ক্ষতিগ্ৰস্থ হৈছে বানপানী আৰু গৰাখহনীয়াত । চৰকাৰে কোনো বিশেষ পদক্ষেপ গ্ৰহণ নকৰাত ৰাইজে নিজেই শ্ৰমদান কৰি বাঁহ, গছৰ ডাল আদিৰে আই নদীৰ গতিবেগ সলনিৰ উদ্দেশ্যে কাম কৰি থকা পৰিলক্ষিত হ’ল । অৱশ্যে বিটিচিৰ প্ৰাক্তন অধ্যক্ষ পানীৰাম ব্ৰহ্ম নিজেও এককাল পানীত নামি ৰাইজৰ সৈতে হাতে-কামে লাগি থকা দেখিবলৈ পোৱা গ’ল । বিভিন্ন ছাত্ৰ সংগঠনৰ লোকৰ লগতে ৰাইজে কৰিলে নৈৰ গৰাখনীয়া প্ৰতিৰোধৰ কাম ।

VideoCapture 20200726 180359

খৰালি কালত বান্ধসমুহ তথা গৰাখহনীয়াৰ প্ৰতিৰোধৰ কোনো ব‍্যৱস্থা নলয় চৰকাৰে । যাৰ বাবে প্ৰতি বছৰেই লাখ লাখ লোকে বান পানী আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হ’বলগীয়া হৈছে । চিৰাঙৰ বান পানী আৰু গৰাখহনীয়াৰ পৰিস্থিতিৰ বুজ ল’বলৈ ৰাজ‍্যপাল, মুখ‍্যমন্ত্ৰী,জলসম্পদ মন্ত্ৰী আহিছিল যদিও চিৰাঙৰ প্ৰকৃত ক্ষতিগ্ৰস্থ অঞ্চল ভ্ৰমণ নকৰিলে আৰু ক্ষতিগ্ৰস্ত ঠাইসমূহৰ বাবেও কোনো পদক্ষেপ নল’লে । গৰাখহনীয়াত কেবাখনো গা‍ঁও ক্ষতিগ্ৰস্ত হ’ল। লোকচান হ’ল সাধাৰণ চহা, কৃষিজীৱি দৰিদ্ৰ লোকৰ ৷ সেয়ে আজি চৰকাৰৰ ওপৰত ভৰষা নকৰি ৰাইজ নিজেই ওলাই এইদৰে হাতে কামে নদীৰ গতিপথ সলনীৰে গৰাখহনীয়া আৰু বানপানী প্ৰতিৰোধৰ চেষ্টা ৰাইজৰ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamCHIRANGFloodlandslide
publisher

publisher

Related Posts

আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
News

March 11, 2026
Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে
News

Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

March 11, 2026
ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী
News

ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

March 11, 2026
Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !
International

Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

March 11, 2026
All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই
News

All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

March 11, 2026
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
News

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d