ৰাজ্যজুৰি শনি আৰু দেওবাৰে অৰ্থাৎ দুটা দিনত ৰাজধানী মহানগৰীত আৰক্ষীয়ে জব্দ কৰিছে ২০৬ খন বাহন | ইয়াৰ উপৰি আইন উলংঘা আৰু মাস্ক পৰিধান নকৰা লোকৰ পৰা এই দুটা দিনত আৰক্ষীয়ে এক লাখ আঠ হেজাৰ টকা জৰিমনা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে | উল্লেখ্য যে শনিবাৰৰ দিনটোত মহানগৰ আৰক্ষীয়ে ১২২ খন বাহন জব্দ কৰাৰ সমান্তৰালভাৱে দেওবাৰৰ দিনটোত ৮৪ খন বাহন জব্দ কৰিছে | উল্লিখিত জব্দকৃত বাহনসমূহৰ ভিতৰত ১৭০ খন দুচকীয়া, নখন তিনিচকীয়া আৰু ২৭ খন চাৰিচকীয়া বাহন |
সপ্তাহিক তলাবন্ধৰ দুটা দিনত মহানগৰীত কিমান বাহন জব্দ হ’ল জানেনে ?
-
By publisher

Related Content
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
By
publisher
April 25, 2026
Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ৩ বাইক আৰোহীৰ
By
publisher
April 25, 2026
বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস
By
publisher
April 25, 2026
Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু
By
Editor
April 25, 2026
Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ'ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি
By
publisher
April 25, 2026
অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ'ব সামাজিক মাধ্যম
By
publisher
April 25, 2026