ৰাজ্যত ১৩৭১জন নতুনকৈ কোভিড ১৯ত আক্রান্ত হৈছে। ইয়াৰে 295জন কামৰূপ মহানগৰ জিলাৰ আৰু 221জন কামৰূপ গ্ৰাম্য জিলাৰ। এইপৰ্যন্ত মুঠ আক্ৰান্তৰ সংখ্যা 34947, সুস্থ হৈছে 25402জন।
Alert ~ 1371 new #COVID cases detected in Assam out of 22876 tests done in last 24 hrs. Positivity rate continues to be low at 5.9%.
Max~ Kamrup (M) – 295, Kamrup (R)- 221
↗️Total cases 34947
↗️Recovered 25402
↗️Active cases 9454
↗️Deaths 88
10 PM, July 28
#AssamCovidCount https://t.co/CppE2CetB3